DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত কৰ্তব্যৰত আৰক্ষীক সম্বৰ্ধনা আম আদমি পাৰ্টিৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 13, 2020 5:39 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

আম আদমি পাৰ্টিয়ে ক’ভিড-১৯ মহামাৰীৰ মাজতে গুৱাহাটী মহানগৰীত কৰ্তব্যৰত আৰক্ষীৰ লোকসকল উদগনি যোগোৱাৰ অৰ্থে বুধবাৰে এক সম্বৰ্ধনা কাৰ্যসূচী হাতত লয়।

আপৰ কামৰূপ মহানগৰ সমিতিৰ কৰ্মকৰ্তাসকলে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক সন্মান জনাই মাস্ক,পানীৰ বটল আৰু কেক প্ৰদান কৰে৷

মহানগৰীৰ বিভিন্ন স্থানত প্ৰায় ৩০০ আৰক্ষীৰ লোকক এইদৰে সন্মান জনায় আপৰ কৰ্মীসকলে৷

এই সন্দৰ্ভত আপৰ কামৰূপ মহানগৰ সমিতিৰ সমন্বয়ক মাধুৰ্য্য শইকীয়াই কয়, “যিসকল আৰক্ষী প্ৰশাসনে কোভিড ১৯ৰ বাবে ডেৰমাহ ধৰি জনসাধাৰণৰ স্বাৰ্থত দিন-ৰাতি এক কৰি সেৱা আগবঢ়াইছে তেওঁলোকক আম আদমি পাৰ্টিৰ কামৰূপ মহানগৰ সমিতিৰ পৰা এক সম্বৰ্ধনা যাচিবলৈ প্ৰয়াস কৰিছো।”

শইকীয়াই লগতে কয় যে কৰ’না আক্ৰান্তসকলক চিকিৎসা কৰা চিকিৎসা কৰ্মীসকলকো অনতিপলমে সম্বৰ্ধনা যাচিবলৈ তেওঁলোকে এক কাৰ্যসূচী ল’ব।

তেওঁ কয় যে অনাগত দিনত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন জিলাত এই পদক্ষেপ হাতত লোৱা হ’ব।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd