• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ বৰঙনিৰে আগবাঢ়িছে অসম আৰোগ্য নিধি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 11:00 pm
COVID-19: Assam Arogya Nidhi receives generous support from people

অসমৰ স্বাস্থ্য বিভাগৰ আহ্বান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰোগ্য নিধিলৈ বিভিন্ন ব্যক্তি, অনুষ্ঠানৰ বৰঙনি অব্যাহত আছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰোগ্য নিধিলৈ দান-বৰঙনি আহ্বান কৰিছিল।

Apply Now

মন্ত্ৰী শৰ্মাই শনিবাৰে সদৰী কৰা মতে এইপৰ্য্যন্ত অসম আৰোগ্য নিধিলৈ ৯৯.২২ কোটি টকাৰ বৰঙনি লাভ কৰা হৈছে।

২৬ মাৰ্চৰ পৰা আৰম্ভ কৰি এইপৰ্য্যন্ত ৪৫৮২৯ গৰাকী ব্যক্তি আৰু অনুষ্ঠানে এই নিধিলৈ বৰঙনি আগবঢ়াইছে।

জনপ্ৰতিনিধি, ব্যৱসায়ী, চৰকাৰী, বেচৰকাৰী চাকৰিয়ালৰ পৰা আৰম্ভ কৰি কণমানি ল’ৰা-ছোৱালীলৈকে বিভিন্নজনে সাধ্য অনুসৰি নিধিলৈ বৰঙনি আগবঢ়োৱা পৰিলক্ষিত হৈছে।

অসমৰ ৰাইজৰ উদাৰতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মন্ত্ৰী শৰ্মাই সকলোকে বৰঙনি আগবঢ়াবলৈ পুনৰ আহ্বান জনাইছে।

আয়কৰ আইন, ১৯৬১ৰ ৮০জি (১)ৰ অধীনত এই ন্যাসলৈ সকলো দান-বৰঙনিত ১০০ শতাংশ ৰেহাই প্ৰযোজ্য।

Gratitude Assam for this amazingly generous outpouring of your affection.

By today, our Assam Arogya Nidhi fund has reached Rs 99.22 cr. So far 45829 people have contributed. All donations are eligible for 100% deductions under 80G.

Come one, come all.#IndiaFightsCOVID19 pic.twitter.com/wnK4h8jK8l

— Himanta Biswa Sarma (@himantabiswa) April 18, 2020

অসম চৰকাৰে কৰ’নাভাইৰাছ আক্ৰান্তৰ চিকিৎসাৰ বাবে দুমাহৰ ভিতৰত পাঁচখন ৩০০ বিচনাযুক্ত চিকিৎসালয় খোলাৰ বাবে আগবাঢ়িছে।

তাৰে চাৰিখন চিকিৎসালয় দান-বৰঙনিৰ পৰা সংগৃ্হীত ধনেৰে নিৰ্মাণ কৰা হ’ব।

এই দান-বৰঙনিৰ ধনেৰে কেৱল কৰ’নাভাইৰাছৰ চিকিৎসাৰ বাবে অসমত দুমাহত চাৰিখন চিকিৎসালয় নিৰ্মাণ কৰা হ’ব।

অসম চৰকাৰে এনে পাঁচখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই পূৰ্বে উল্লেখ কৰা মতে এনে প্ৰতিখন চিকিৎসালয় নিৰ্মাণৰ বাবদ ৪০ৰ পৰা ৪৫কোটি টকা ব্যয় হ’ব।

প্ৰতিখন চিকিৎসালয়ত ৩০০ বিচনাকৈ পাঁচখন চিকিৎসালয়ত ১৫০০ বিচনা কেৱল ক’ভিড-১৯ আক্ৰান্তৰ বাবে সাজু কৰা হ’ব।

ইতিমধ্যে চিকিৎসালয়কেইখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

মাৰাত্মক কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰী পুঁজিলৈ আপুনিও বৰঙনি আগবঢ়াব পাৰে।

অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ তলৰ বেংক একাউণ্টত বৰঙনি পঠিয়াব পাৰে—

Assam Arogya Nidhi, A/c No. 32124810101, SBI, IFSC Code: SBIN0010755

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd