• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমীয়া নৱবৰ্ষত অসমবাসীলৈ এক বিশেষ অনুৰোধ মুখ্য মন্ত্ৰী সোণোৱালৰ

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 13, 2020 7:45 pm

2 min read

2.3k
VIEWS
Share on FacebookShare on Twitter

ৰঙালী বিহুৰ শুভেছা জনাই অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসমবাসীক জনাইছে এক বিশেষ অনুৰোধ।

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত মঙলবাৰে সন্ধিয়া ৬ বজাত সকলোৰে ঘৰৰ পদূলিমুখত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে অনুৰোধ জনাইছে।

বন্তিৰ শিখাই ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সংকল্প যোগাব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ।

সকলো প্ৰত্যাহ্বান নেওচি ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ বাবে এই বিহুৰ সময়তে আমি সকলোৱে সংকল্পবদ্ধ হওঁ আহক। pic.twitter.com/QOSDKGnrOt

— Sarbananda Sonowal (@sarbanandsonwal) April 13, 2020

“এই বন্তিৰ শিখাই আমাক লৈ যাব অন্ধকাৰৰপৰা পোহৰৰ দিশলৈ আৰু মনত যোগাব সাহস, শক্তি আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ দৃঢ় সংকল্প,” তেওঁ কয়।

বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে ৰাজ্যখনত মুঠ ৩০গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

আটাইকেইগৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তাৰোপৰি ৰাজ্যখনৰ বহুসংখ্যক লোকক বিভিন্ন স্থানত কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক কৰ’নাভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে ৫ এপ্ৰিলৰ সন্ধিয়া ন বজাত ন মিনিটৰ বাবে বন্তি প্ৰজ্বলনৰ আহ্বান জনাইছিল।

প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ দেশজুৰি জনতাই বিপুল সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছিল।

Tags: COVID-19

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd