• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত সপ্তম গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 12, 2020 3:53 pm

1 min read

COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

914
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাত আক্ৰান্ত হৈ অসমত সপ্তমগৰাকী লোকৰ মৃত্যু ঘটিছে।

মৃত মহিলাগৰাকীৰ নাম মংগুলীৰাণী দাস(৫৭)। মহিলাগৰাকীৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।

মহিলাগৰাকী কৰ্কটৰোগত আক্ৰান্ত হৈ আছিল আৰু দিল্লীৰ পৰা শিলছৰত আহি উপস্থিত হোৱাৰ পাছতে মহিলাগৰাকীৰ শৰীৰত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰিছিল।

তাৰ পাছতে দাসক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল।

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিত্সাধীন হৈ থকা অৱস্থাতে আজি দুপৰীয়া ভাগত মহিলাগৰাকীৰ মৃত্যু হয়।

ৰাজহ চক্ৰ বিষয়া আৰু হাইলাকান্দি জিলা প্ৰশাসনৰ উপস্থিতিত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব মৃত মহিলাগৰাকীৰ।

বুধবাৰে ৰাজ্যত ষষ্ঠগৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল। তেওঁৰ নাম কমল কৃষ্ণ পাল আৰু ঘৰ তেজপুৰত আছিল।

উল্লেখযোগ্য যে, ৰাজ্যত মুঠ ৩৪৩০ গৰাকী লোক বৰ্তমানলৈকে আক্ৰান্ত হোৱাৰ লগতে ১৯৮৯ গৰাকী চিকিৎসাধীন হৈ আছে। ১৪৩২ গৰাকী লোক ৰাজ্যত ক’ৰ’নামুক্ত হৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd