• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদেশত আবদ্ধ অসমৰ লোকৰ বাবে ই মেইল মুকলি

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 25, 2020 7:40 pm

2 min read

COVID-19: E-mail launched for Assam people stranded abroad

প্ৰতিনিধিত্বমূলক ফটো

8.4k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে ক’ভিড-১৯ মহামাৰীৰ ফলত বিদেশত আবদ্ধ অসমৰ লোকৰ বাবে এটা ই মেইল মুকলি কৰিছে।

ভাৰতলৈ ঘূৰি আহিব খুজিলে এই লোকসকলে [email protected]ত মেইল কৰিব পাৰিব।

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শনিবাৰে টুইটাৰযোগে এই কথা সদৰী কৰিছে।

আবদ্ধ লোকসকলক ঘূৰাই অনাৰ বাবে এনে লোকৰ এটা ডেটাবে’ছ ভাৰত চৰকাৰৰ পৰীক্ষণৰ অৰ্থে যুগুত কৰা হ’ব।

Those Indian Citizens belonging to Assam who are working or are studying in various countries abroad and are now stranded due to the outbreak of COVID-19 and are desirous of returning to India, may please write to us at [email protected]

— Kumar Sanjay Krishna (@KrSanjayKrishna) April 24, 2020

অসম চৰকাৰে ৰাজ্যৰ ভিতৰতে বিভিন্ন ঠাইত আবদ্ধ লোকসকলক এ এছ টি চি বাছৰ জৰিয়তে নিজ ঘৰ বা কৰ্মথলী অভিমুখে ঘূৰাই পঠোৱাৰ বাবে শনিবাৰৰ পৰা এক বিশেষ সেৱা মুকলি কৰিছে।

সামাজিক দূৰত্ব বজাই কৰা এই যাত্ৰা বিনামূলীয়া আৰু ইয়াৰ খৰচ অসমৰ স্বাস্থ্য বিভাগে বহন কৰিছে।

তাৰোপৰি, ব্যক্তিগত বাহনৰে যাত্ৰা কৰাৰ বাবে অনুমতি বিচৰা ৫১,৪০২টা অনুৰোধো শুকুৰবাৰ পৰ্য্যন্ত জিলা উপায়ুক্তসকলে লাভ কৰিছে।

অসমৰ বাহিৰত বহিৰাজ্যত আবদ্ধ লোকসকলৰ বাবেও অসম চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে।

অসমৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে বহিৰাজ্যত আবদ্ধ হৈ থকা লোকৰ ৫ লাখ ৭০হাজাৰ মিছড কল লাভ কৰা হৈছে।

আনহাতে, “আছাম কেয়াৰ”ৰ অধীনত অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকসকলক সহায় কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ জনায় যে আন্তৰ্জাতিক পৰ্য্যায়ত আবদ্ধ হৈ থকা অসমীয়া লোকৰ সংখ্যা ৪৯লৈ বৃদ্ধি পাইছে। “৩৭,১৭৬৯০ টকা ইতিমধ্যে তেওঁলোকৰ একাউন্টত দিয়া হৈছে,” মন্ত্ৰী শৰ্মাই কয়।

অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা লিভাৰ, কেন্সাৰ বা কিডনী ৰোগত আক্ৰান্ত থকা ৰোগী ৮২৯ গৰাকীলৈ বৃদ্ধি পাইছে।

“তেওঁলোকলৈ ২ কোটি ৭ লাখ ২৫ হাজাৰ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে,” শৰ্মাই কয়।

Tags: COVID-19

Recent News

index.jpg

যৌন কেলেংকাৰিত অভিযুক্ত বিজেপিৰ মন্ত্ৰীৰ পদত্যাগ : সত্যতাৰ প্ৰমাণৰ বাবে তদন্তৰ দাবী

IMG_20210304_104520

আই আই টিৰ নতুন পদ্ধতি প্লাষ্টিকেৰে ৰাস্তা নিৰ্মাণ; ৰঙাপানীত আৰম্ভ হ’ল নিৰ্মাণ কাৰ্য

deadbody recovered final

শালনাৰ সোণাজুৰিৰ শিলৰ কোঁৱাৰীত সন্ধানহীন হোৱা লোকৰ মৃতদেহ উদ্ধাৰ

tajmahal_web

তাজমহলত বোমাতংক : পৰ্যটকৰ মাজত হাহাকাৰ; এজন ব্যক্তিক আটক আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd