• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড-১৯ : বিশ্বৰ আটাইতকৈ ক্ষতিগ্ৰস্ত দেশৰ সপ্তম স্থানত ভাৰত; ১.৯ লাখতকৈ অধিক আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 1, 2020 1:00 pm

1 min read

COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

3.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত ভাৰত বৰ্তমান সপ্তম স্থানত আছে। ইটালীৰ জ’ন হপকিন্স বিশ্ববিদ্যালয়ৰ তালিকাত এই কথা প্ৰকাশ।

তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দেশখনত ১৮,১৮,৯৮৩ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১ লাখতকৈ অধিক লোক।

৫,০১,৯৮৫ আৰু ৪,০৫,৮৪৩ গৰাকী আক্ৰান্তৰ সৈতে উক্ত তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ৰাছিয়া।

উল্লেখযোগ্য যে আজি পৰ্যন্ত ভাৰতত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ১,৯০,৫৩৫ গৰাকীলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশখনত ৮৩৯২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

এই পৰ্যন্ত ভাৰতত ক’ৰ’নাত আক্ৰান্ত হৈ ৫৩৯৪ গৰাকী লোকৰ মৃত্যু হৈছে। ইয়াৰ ২৩০ গৰাকীৰ যোৱা ২৪ ঘণ্টাত মৃত্যু হয়।

মৃত্যু হোৱা ২৩০ গৰাকীৰ ভিতৰত ৮৯ গৰাকী মহাৰাষ্টৰ, ৫৭ গৰাকী দিল্লীৰ, ৩১ গৰাকী গুজৰাটৰ, ১৩ গৰাকী তামিলনাডুৰ, ১২ গৰাকী উত্তৰ-প্ৰদেশৰ, ৮ গৰাকী পশ্চিমবংগৰ, ৭ গৰাকী মধ্য প্ৰদেশৰ, ৫ গৰাকী তেলেংগানাৰ, ৩ গৰাকী কৰ্ণাটকৰ, দুগৰাকী অন্ধ্ৰ প্ৰদেশৰ আৰু বিহাৰ, পঞ্জাব আৰু ৰাজস্থানৰ এগৰাকীকৈ লোক আছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে বৰ্তমান ভাৰতত ৯৩৩২২ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৯১৮১৮ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

Recent News

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd