• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত অসামৰিক চিকিৎসালয়ত কোভিড ১৯ৰ সংক্ৰমন : খালী কৰি দিয়া হ’ল চিকিৎসালয়

তিনিদিনলৈ ৰোগীৰ বাবে বন্ধ থাকিব দিয়া চিকিৎসালয়

উত্তম শইকীয়া by উত্তম শইকীয়া
September 12, 2020 5:17 pm
Image4-54-5~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ ৰোগী শূন্য হৈ পৰিল এখন চিকিৎসালয়। সকলো সময়তে ৰোগী আৰু চিকিৎসকে গিজগিজাই থকা চিকিৎসালয়খনৰ পৰা নাইকিয়া হ’ল ৰোগী আৰু স্বাস্থ্যকৰ্মী৷

বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়খন কোভিড ১৯ৰ সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে৷

Apply Now

চিকিৎসক, নাৰ্চকে ধৰি মুঠ ১১ গৰাকী স্বাস্থ্য কৰ্মী কোভিড১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিচত আজিৰে পৰা অহা তিনি দিনৰ বাবে চিকিৎসালয়খন সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিছে বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়াই৷

ইতিমধ্যে চিকিৎসালয়খনৰ পৰা সকলো ৰোগীক ৰিলিজ কৰি নিজ নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে৷ আনকি গৰ্ভৱতী মহিলাকো চিকিৎসালয়ৰ পৰা নিজা গৃহলৈ যাবলৈ কোৱা হৈছে৷

চিকিৎসালয়খনৰ চিকিৎসক ডা: অজিত দলৈ, এক্সৰে অপাৰেটৰ ৰমেন গগৈ, ৱাৰ্ড বয় দিলীপ শৰ্মা, বিভাগীয় গাড়ী চালক বিপিন তাঁতী,  স্বাস্থ্য কৰ্মী বিকাশ বৰা, দিবাকৰ হাতীবৰুৱা আৰু চিকিৎসালয়খনৰ ৫ গৰাকী নাৰ্চ কোভিড ১৯ত আক্ৰান্ত হৈছে।

যাৰ ফলত চিকিৎসালয়খনত এতিয়া চিকিৎসকৰ লগতে স্বাস্থ্য কৰ্মীৰ অভাৱ ঘটিছে৷

এনে পৰিস্থিতৰ বাবেই বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত অহা তিনিদিনৰ বাবে ৰোগীৰ পঞ্জীয়ণ বন্ধ কৰি দিছে প্ৰশাসনে৷

অৱশ্যে আপাদকালীন সেৱাৰ লগতে বহিঃ বিভাগৰ সেৱা সামান্যভাৱে চলি থাকিব বুলি জনাইছে মহকুমা স্বাস্থ্য বিষয়াই৷

এই সময়ছোৱাত প্ৰয়োজন নহ’লে সাধাৰণ ৰোগীক চিকিৎসালয়লৈ নাহিবৰ বাবেও আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd