• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাত আক্ৰান্ত হৈ সাংবাদিকৰ মৃত্যু হ’লে পৰিয়ালে পাব ১৫ লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2020 6:18 pm
Journalist

প্ৰতিনিধিত্বমূলক চিত্ৰ

6.9k
VIEWS
Share on FacebookShare on Twitter

কৰ্তব্যত নিয়োজিত হৈ থকা সময়ত যদি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ কোনো সংবাদকৰ্মীৰ মৃত্যু হয় তেন্তে সংবাদকৰ্মীজনৰ পৰিয়ালৰ লোকক উৰিষ্যা চৰকাৰে প্ৰদান কৰিব ১৫ লাখ টকা।

আজি এই কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে।

‘মহামাৰী ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অতি আন্তৰিকতাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে সাংবাদিকসকলে। কৰ্তব্যত নিয়োজিত কোনো সাংবাদিকৰ যদি ক’ৰ’নাৰ ফলত মৃত্যু হয় তেন্তে তেওঁলোকৰ আত্মীয়ক ১৫ লাখ টকা প্ৰদান কৰা হ’ব’, আজি মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্য মন্ত্ৰী পাটনায়কে চিকিৎসা তথা স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কোনো লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হ’লে ক্ষতিপূৰণ হিচাপে তেওঁলোকৰ পৰিয়ালক ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ উপৰি চৰকাৰে এই লোকসকলক ছহিদ হিচাপে ঘোষণা কৰাৰ লগতে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ কথাও ঘোষণা কৰিছিল।

Tags: COVID-19

Recent News

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd