• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যুৰ সৈতে যুঁজি আছে ৰোগী : তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰোনাক্ৰান্তক চিকিৎসা নকৰাৰ অভিযোগ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 11, 2021 7:35 pm
Ratan Mandal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ মেডিকেল কলেজত কোভিড ৰোগী ন্যূনতম চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ তৃষ্ণাতুৰ ৰোগীয়ে এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিব লগা পৰিস্থিতৰো সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

জানিব পৰা মতে বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰৰ নিবাসী ৰতন মণ্ডল নামৰ ব্যক্তিজনৰ লগতে তেখেতৰ পত্নীৰ যোৱা ৯ মে’ তাৰিখে কোভিত পজিটিভ ওলোৱাৰ পাছতে ব্যক্তি দুজনক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

Apply Now

কিন্তু ৰতন মণ্ডলৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ লগে লগে তেওঁক তেজপুৰ মেডিকেল কলেজলৈ উন্নত চিকিৱসাৰ বাবে স্থানান্তৰ কৰে৷ইফালে পত্নীক পুনৰ পৰীক্ষণত নেগটিভ ফলাফল অহাত ঘৰলৈ যাবলৈ দিয়া হয়৷

কিন্তু অতি পৰিতাপৰ বিষয় যে চিকিৎসা মহাবিদ্যালয়খনত উন্নত চিকিৎসাতো বাদেই, ন্যূনতম চিকিৎসাকণৰ পৰাও বঞ্চিত হৈ আছে ৰতন মণ্ডল নামৰ ব্যক্তিজন৷

অভিযোগ উঠিছে যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ অভাৱ, এটুপি খোৱা পানী দিয়াৰ বাবেও কোনো নাই৷নাই ন্যূনতম চিকিৎসাকণো৷

ইফালে, ৰোগীগৰাকীয়ে অক্সিজেনৰ অভাৱত কথা কোৱা সামৰ্থ্যও প্ৰায় হেৰুৱাই পেলাইছে৷ আনহাতে ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ হ’বলৈ কথা পাতিবও পৰা নাই তেওঁ৷

এতিয়া প্ৰশ্ন হয়, এনেকৈয়ে চলিছে আছে নেকি চিকিৎসা মহাবিদ্যালয়সমূহৰ চিকিৎসা ব্যৱস্থা? ৰোগীক তিল তিলকৈ মৃত্যুৰ মূখলৈ ঠেলি দি হেতালি খেলিছে নেকি বিয়াগোম স্বাস্থ্য বিভাগটোৱে?

ৰতন মণ্ডলৰ দৰে আন বহুতো কোভিড ৰোগীয়ে উচিত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ মুখলৈ গতি কৰাটোকে বিচাৰিছে নেকি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ে? এনে বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ৰেক হৈছে সচেতন মহলৰ মাজত।

এইক্ষেত্ৰত নৱনিৰ্বাচিত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব৷

Tags: COVID-19
কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd