• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড-১৯ ৰোগীৰ ক্ষেত্ৰত হাইড্ৰ’ক্সিক্লৰ’কুইনে ভাল ফলাফল দেখুৱা নাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 15, 2020 4:43 pm

1 min read

hydroxychloroquine-750x375

প্ৰতীকী ছবি।

4.9k
VIEWS
Share on FacebookShare on Twitter

মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সিক্লৰ’কুইন (Hydroxychloroquine)-এ কোভিড-১৯ আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত বিশেষ ভাল ফল দেখুওৱা নাছিল।

বিশ্বৰ আগশাৰীৰ চিকিৎসা পত্ৰিকা BMJ-ত বৃহস্পতিবাৰে প্ৰকাশ পোৱা দুটা পৃথক লেখাত এই কথা প্ৰকাশ।

Reuters–ৰ এক প্ৰতিবেদন মতে চীনত কৰা এক পৰীক্ষাত ১৫০ গৰাকী কোভিড-১৯ ৰোগীক Hydroxychloroquine-ৰে চিকিৎসা কৰা হৈছিল, ইয়াত দেখা যাই যে তেওঁলোকে এই ঔষধেৰে চিকিৎসা নকৰোৱা ৰোগীৰ তুলনাত বিশেষ কোনো ভাল ফলাফল দেখুৱা নাই।

তদুপৰি মেলেৰিয়াৰ ঔষধ প্ৰয়োগ কৰা ৰোগীসকলৰ ক্ষেত্ৰত ঔষধটোৰ বেয়া প্ৰভাৱ পৰায়ো বেছিকৈ দেখা গৈছে।

আনহাতে ফ্ৰান্সত কৰা এক গৱেষনাত দেখা যায় যে উক্ত ঔষধে কোভিড-১৯ত চিকিৎসাধীনত হৈ অক্সিজেন ল’ব লগীয়া হোৱা ৰোগীসকলক ICU-ত ভৰ্তি হোৱা বা মৃত্যু হোৱাৰ পৰা বিশেষ ৰক্ষা নকৰে।

উল্লেখযোগ্য যে মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সিক্লৰ’কুইনক প্ৰথম অৱস্থাত ক’ৰ’না ভাইৰাছ বিৰোধী যুঁজখনৰ ‘গেম-চেঞ্জাৰ’ হিচাপে গণ্য কৰা হৈছিল।

ভাৰত বিশ্বৰ সৰ্বাধিক হাইড্ৰক্সিক্ল’ৰ’কুইন প্ৰস্তুতকাৰী দেশ। যোৱা এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই দৰৱবিধ বিচাৰি ভাৰতক অনুৰোধ জনাইছিল।

ভাৰতে আমেৰিকা, ব্ৰাজিল আৰু ইজৰাইলৰ দৰে শক্তিশালী দেশক হাইড্ৰ’ক্সিক্লৰ’কুইন যোগান ধৰিছিল।

Recent News

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd