• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫৬ টকাত কৰ’না কেয়াৰ বীমা ঘোষণা

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 1, 2020 6:49 pm

1 min read

Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

990
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল পেমেণ্ট কোম্পানি ফোনপেই (PhonePe) বাজাজ আলিয়াঞ্জ জেনেৰেল ইনচুৰেন্সৰ সৈতে লগ লাগি কৰ’না কেয়াৰ নামৰ এক বীমা আঁচনি মুকলি কৰিছে।

১৫৬ টকা মূল্যৰ এই বীমাই COVID-19ৰ চিকিৎসাৰ ক্ষেত্ৰত ৫০০০০ টকাৰ সুৰক্ষা আগবঢ়াব।

কিন্তু এই বীমা গ্ৰহণৰ বাবে ব্যক্তিজনৰ বয়স ৫৫ বছৰৰ তলৰ হ’ব লাগিব।

COVID-19ৰ চিকিৎসা আগবঢ়োৱা যিকোনো চিকিৎসালয়তে কৰা চিকিৎসাক এই বীমাই সামৰি ল’ব।

এই বীমা কৰাৰ বাবে আগতীয়া কোনো স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নাই।

ফোনপে আপৰ মাই মানি অংশত গৈ গ্ৰাহকে অনলাইনযোগে এই বীমা ক্ৰয় কৰিব পাৰিব।

কোম্পানিটোৱে সদৰী কৰা মতে গোটেই প্ৰক্ৰিয়াটো মাত্ৰ দুই মিনিটৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰি আৰু পলিচি ডকুমেণ্ট ফোনপে এপত লগে লগে জাৰি কৰা হয়।

Tags: COVID19

Recent News

WhatsApp Image 2021-03-07 at 2.19.05 PM

IPLৰ সূচী ঘোষণা; উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

rakeshtikait-1613549030

কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

বংগৰ ৰাজনীতিত ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

বংগৰ ৰাজনীতিত ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

Roselina and Bishmita

দলীয় টিকট লাভ কৰাৰ পাছত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd