• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিঞ্চিত হ্ৰাস পাইছে বোকাখাত মহকুমাৰ ক’ভিড সংক্ৰমণ: বৃহস্পতিবাৰে সংক্ৰমণৰ হাৰ ৬.৮৫ শতাংশ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 2, 2021 6:47 am
Covid-Test-750x375

প্রতিনিধিত্বমূলক ফটো।

167
VIEWS
Share on FacebookShare on Twitter

কন্টেইনমেন্ট মহকুমা হিচাবে ঘোষণাৰ চতুৰ্থ দিনা বৃহস্পতিবাৰে বোকাখাত মহকুমাত মুঠ ১১১ জন লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে ৷

বৃহস্পতিবাৰৰ দিনটোত বোকাখাত মহকুমাত সংক্ৰমণৰ হাৰ হৈছে ৬.৮৫ শতাংশ৷ বিগত চাৰি দিনতকৈ কিঞ্চিত উন্নত হৈছে যদিও পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈয়ে আছে ৷

বৃহস্পতিবাৰৰ দিনা সংক্ৰমণ পোৱা ১১১ গৰাকীৰ ৬৩ গৰাকী নিজ বাসগৃহত, ৫ গৰাকীক চিকিৎসালয়ত আৰু ৪৩ গৰাকী ৰোগীক চাহ বাগিচা ক’ভিড কেয়াৰ চেন্টাৰত ৰখা হয় ৷

ইয়াৰ বিপৰীতে ২৫ গৰাকী ৰোগী সুস্থ হোৱাৰ বাবে নিজ বাসগৃহলৈ যাবলৈ দিয়া হৈছে ৷

মহকুমাটোত কালিৰ দিনটোত ১৪১৬ গৰাকী লোকৰ ৰেট পৰীক্ষা কৰাৰ বিপৰীতে ২০৪ গৰাকী লোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷

ইয়াৰে সংক্ৰমণ ধৰা পৰা বেছি সংখ্যক লোক মেঠনি চাহ বাগিছা আৰু পানবাৰী অনুসুচীত গাওঁৰ বুলি মহকুমা স্বাস্থ্য বিভাগে জনাইছে ৷

ইফালে মহকুমাটোত এতিয়ালৈকে ১৮ বছৰৰ অনুৰ্ধ ৩৯২ গৰাকীৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ পোৱা গৈছে বুলি  বিভাগীয় সুত্ৰত প্ৰকাশ ৷

উল্লেখ্য যে ক’ভিড সংক্ৰমণৰ দ্বিতীয় প্ৰবাহৰ সময়ত বোকাখাত মহকুমাত ৪৫ উৰ্ধৰ মুঠ ১৭,১৫৯ গৰাকীক আৰু ১৮ ৰ পৰা ৪৪ বছৰৰ ভিতৰৰ মুঠ ৯৬৯৯ গৰাকী লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

Tags: COVID-19

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd