DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

COVID-19 দেশত কোভিড-১৯ ৰ চতুৰ্থ ঢৌ! চিন্তিত আইচিএমআৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 11, 2022 3:49 pm
102
VIEWS
Share on FacebookShare on Twitter

দেশত কোভিড-১৯ ৰ ঘটনা হঠাৎ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে আইচিএমআৰ।আইচিএমআৰৰ এজন শীৰ্ষ বিষয়াই কৈছে যে শীঘ্ৰেই দেশত কৰোনা ভাইৰাছৰ সম্ভাৱ্য চতুৰ্থ ঢৌৰ আশংকা আছে যদিও আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

আইচিএমআৰৰ এডিজি সমীৰণ পাণ্ডাই কয় “কোভিডৰ প্ৰতিটো প্ৰকাৰেই চিন্তাৰ সৃষ্টি কৰিব পৰা প্ৰকাৰ নহয়।” ইপিনে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ চিঠি লিখি কোভিড পৰিস্থিতি “নিয়ন্ত্ৰণত” ৰখাটো নিশ্চিত কৰিবলৈ কৈছে। সকলো স্বাস্থ্য কেন্দ্ৰত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আইএলআই) আৰু এছএআৰআই ৰোগৰ নিৰীক্ষণ বৃদ্ধি কৰিবলৈো পত্ৰ খনত কোৱা হৈছে।

উল্লেখ্য যোৱা কেইদিনমানত সংক্ৰমণৰ ধাৰা অব্যাহত ৰাখি দৈনিক সংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। একে সময়তে পজিটিভিটিৰ হাৰ আৰু সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

আনহাতে, কৰ’নাৰ আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ফলত সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষত থকা তিনিখন ৰাজ্যক কেন্দ্ৰই সতৰ্ক কৰি দিছে।শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ৭,৫৮৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এইটো যোৱা তিনি মাহৰ ভিতৰত সৰ্বাধিক।

বৰ্তমান, দেশত কৰ’নাৰ ৩৬ হাজাৰ ২৬৭ জন সক্ৰিয় ৰোগী আছে। এয়া বৃহস্পতিবাৰৰ তুলনাত ৩,০০০ অধিক।দেশখনত সক্ৰিয় ৰোগীৰ সংখ্যা ০.০৮ শতাংশত উপনীত হৈছে।

দৈনিক পজিটিভিটিৰ হাৰ ২.২৬ শতাংশলৈ বৃদ্ধি পাইছে।প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘন্টাত কৰ’নাত ২৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এই সংখ্যাও পূৰ্বৰ দিনতকৈ অধিক। এতিয়ালৈকে দেশত মুঠ কোভিড মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭৪৭জন।

দৈনিক কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগতে সুস্থতাৰ হাৰো উদ্বেগজনক। পৰিসংখ্যা অনুসৰি, এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৪৪ হাজাৰ ৯২ জন লোক কৰ’নাৰ পৰা সুস্থ হৈছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd