• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও, চাপৰত ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড টিকা প্ৰদানৰ শুভাৰম্ভণি

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও ,তিলক চন্দ্র প্রসাদ, চাপৰ by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও ,তিলক চন্দ্র প্রসাদ, চাপৰ
January 3, 2022 8:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে সোমবাৰে বঙাইগাঁও জিলাতো ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয়।

বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই বঙাইগাঁও চহৰৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে এই টিকা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

Apply Now

যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: ভূপেন বৈশ্য, সহকাৰী আয়ুক্ত মুনমী শইকীয়াৰ লগতে কেইবাগৰাকীও স্বাস্থ্য বিষয়াৰ উপস্থিতিত এই ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক টিকা প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।বিদ্যালয়খনৰ বৰ্ষা দেৱী নামৰ ছাত্ৰীগৰাকীক প্ৰথমে এই টিকা প্ৰদান কৰা হয়।

উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই ভাষণ প্ৰসংগত কয় যে কিছুমান দেশত ইতিমধ্যে ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক কোভিড ভেকচিন প্ৰদান কৰা হৈছে। কোভিডৰ ভয়াবহতাৰ পৰা সকলো স্তৰৰ লোকক সুৰক্ষিত কৰি ৰাখিবলৈ ১৮ বছৰ বয়সৰ ওপৰৰ লোকসকলক ভেকচিন দিয়াৰ উপৰিও ১৫-১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীকো এই টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷

সোমবাৰে জিলাখনৰ ৪০খন বিদ্যালয়ত টিকা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ১০ হেজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰথম দিনা টিকা প্ৰদান কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। চাপৰতো ১৫বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষার্থীক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয়।আজি পুৱা প্ৰায় ৯:৩০বজাত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে।

এই অনুষ্ঠানত শিক্ষা বিষয়া দাসৰ লগতে চাপৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া আবুল কালাম আজাদ, বিদ্যালয়খনৰ অধ্যক্ষ হজৰত আলী, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক প্ৰসাদ সহিতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হজৰত আলীয়ে জানিবলৈ দিয়া মতে আজি বিদ্যালখনৰ ৩৭০জন ছাত্ৰ-ছাত্ৰীক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয়।ইয়াৰ উপৰিও চাপৰৰ বহলপুৰ ছোৱালী হাই স্কুলত ৪০ গৰাকী ছাত্ৰী, ৰঙামাটি হাই স্কুলত ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীক কোভিড প্ৰতিষেধক প্ৰদান কৰা হয়।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও ,তিলক চন্দ্র প্রসাদ, চাপৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও ,তিলক চন্দ্র প্রসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd