• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ১৫৩৭ নতুন ক’ভিড পজিটিভ, আৰোগ্য ১৭৬৩

Nenow এন ই নাও নিউজ
গুৱাহাটী , September 6, 2020 11:17 pm

2 min read

Covid19: 1351 persons discharged in Assam on Sunday

প্ৰতিনিধিত্বমূলক চিত্ৰ

369
VIEWS
Share on FacebookShare on Twitter

১৫৩৭গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৭৬৩গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৫৮ শতাংশ।

অসমত যোৱা ২৪ ঘণ্টাত ২৩,৩৩৬টা ক’ভিড টেষ্ট সম্পন্ন হৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰ ৩৮২, হোজাইৰ ১২৫ আৰু ডিব্ৰুগড়ৰ ১০৮গৰাকী ব্যক্তি।

?Alert ~ 1537 #COVID cases detected today out of 23336 tests done in last 24 hours

Positivity Rate- 6.58%

Kamrup M- 382; Hojai- 125; Dibrugarh- 108

↗️Total cases 125459
↗️Recovered 95060
↗️Active cases 30036
↗️Deaths 360

10:20 PM, Sept 06 pic.twitter.com/EjHAJ7RuRf

— Himanta Biswa Sarma (@himantabiswa) September 6, 2020

নতুনকৈ আৰোগ্যসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ৯৬,৮২৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮,২৭৩ (।)

? Discharge Alert

1⃣7⃣6⃣3⃣ patients discharged today

May God bless all recovered patients & their families with good health & long life ??

?Total Discharged Patients: 96823
?Active Patients: 28273

10:40 PM /Sept 6#AssamFightsCovid pic.twitter.com/6efjzlJ5wl

— Himanta Biswa Sarma (@himantabiswa) September 6, 2020

আনহাতে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মৃতকৰ সংখ্যা ৩৬০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ শংকৰ শৰ্মা (৫৮) আৰু মধুস্মিতা বৰুৱা (৪৩), লখিমপুৰৰ মইনা দাস (৪২), নগাঁৱৰ গিৰিবালা দেৱী (৭০), কামৰূপ মহানগৰৰ প্ৰশান্ত কুমাৰ বৰঠাকুৰ (৬২) আৰু প্ৰণৱ ভৌমিক (৬২), কোকৰাঝাৰৰ হিৰন্ময় দাস (৭৩) আৰু যোৰহাটৰ ধনেশ্বৰ বৰা (৯২)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এতিয়ালৈকে মুঠ ১,২৫,৪৫৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Tags: COVID-19

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd