DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ বিহৰা বজাৰত গৰু ব্যৱসায়ীৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ; অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ

উত্তম শইকীয়া by উত্তম শইকীয়া
November 4, 2018 11:29 am
বোকাখাতৰ বিহৰা বজাৰত গৰু ব্যৱসায়ীৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ; অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ
443
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ বিহৰাত অৱস্থিত দেওবৰীয়া গৰু বজাৰত গৰু বেপাৰী আৰু গৰু কঢ়িওৱা গাড়ীৰ পৰা আৰক্ষী আৰু ৰাজনৈতিক নেতা পালি নেতাই অবৈধ ভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগত আজি পুৱা গৰু বেপাৰীৰ উদ্যোগত আৰু স্হানীয় লোকৰ সহযোগত বিহৰাত ৩৭ নং ৰাষ্ট্রীয় পথ অৱৰোধ কৰে গৰু বেপাৰীয়ে ।

গৰু ব্যৱসায়ী সকলে প্ৰায় দুঘণ্টা সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি ৰাখে। গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বোকাখাতৰ সহকাৰী আয়ুক্ত শান্তনু গগৈ আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপস্থিতিত প্ৰতিবাদস্থলীত হোৱা আলোচনাৰ দুঘণ্টাৰ পাচত ৩৭ নং ৰাষ্ট্ৰীয় পথটো মুকলি কৰি দিয়ে প্ৰতিবাদী গৰু ব্যৱসায়ী সকলে।

GIPS Recruitment

পথ অৱৰোধৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় পথটোত শ শ যান-বাহন আবদ্ধ হৈ পৰে । উল্লেখ্য যে দীৰ্ঘদিন ৰ পৰা বিহৰা বজাৰলৈ গৰু অনা ব্যৱসায়ী সকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে ৷ গৰু ব্যৱসায়ী সকলে বহু ৰাজনৈতি নেতা-পালিনেতাক নিয়মিতভাৱে ধন দি অহাৰ পাছতো আৰক্ষীয়েও ধন বিচৰা বুলি অভিযোগ কৰি আজি ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৷

Recent News

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd