• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চি পি আইৰ গণ বিক্ষোভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 10, 2018 8:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পে’ট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি বৰ্ধিত বাছ ভাড়া আৰু বিদ্যুৎ মাচুলৰ বিৰুদ্ধে শিৱসাগৰত চি পি আইৰ জিলা পৰিষদে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

চি পি আই শিৱসাগৰ জিলা কাৰ্যালয়ৰ পৰা চি পি আইৰ কৰ্মীসকলে হাতে হাতে বেনাৰ, পতাকা, প্লে-কাৰ্ড লৈ ‘মোদী চৰকাৰ হায় হায়, আদানী-আম্বানী তথা পুঁজিপতিৰ ৰক্ষক মোদী চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হুঁচিয়াৰ’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

প্ৰতিবাদস্থলীত চি পি আইৰ জিলা সম্পাদক কনক গগৈয়ে কয়, ‘মোদী চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰিছিল। কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ ওলোটা দেখা গ’ল। যোৱা চাৰি বছৰে কেন্দ্ৰীয় চৰকাৰে ভূল অৰ্থনৈতিক নীতি গ্ৰহণ কৰি উন্নয়নৰ নামত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰি পুঁজিপতি গোষ্ঠীৰ দ্বাৰা জনগণক লুণ্ঠনৰ সুবিধা কৰি দিলে। ৫০৯ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰাৰ লগতে ৪৪০ টকীয়া ৰন্ধন গেছ ৮৪০ টকালৈ বৃদ্ধি কৰি জনগণক মাধমাৰ সোধালে।’

লগতে জিলা সম্পাদক গৰাকীয়ে কয় যে পুঁজিপতি গোষ্ঠীক সহায় কৰাৰ বাবেই ৱান নেচন, ওৱান টেক্সৰ শ্লগান দিয়া মোদীয়ে পে’ট্ৰল ডিজেলক জি এছ টিৰ আওতাৰ বাহিৰত ৰাখি জনগণক লুণ্ঠন  প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

তাৰোপৰি সোণোৱাল চৰকাৰে বিদ্যুতৰ মাচুল আৰু বাছ ভাড়া বৃদ্ধি কৰি অসমৰ জনতাক হাৰাশাস্তি কৰিছে। এইখন চৰকাৰে সাধাৰণ জনতাৰ পৰিৱৰ্তে পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিছে বুলিও কনক গগৈয়ে উল্লেখ কৰে।

বিক্ষোভ থলীত চি পি আইৰ ৰাজ্যিক সদস্য ধৰ্ম বৰুৱা, কৃষক নেতা যোগেশ বুঢ়াগোঁহাই, মদন বৰুৱা, শ্ৰমিক নেতা মুহী বৰুৱা আৰু ছাত্ৰনেতা যোগান্ত পাঠকে বক্তব্য ৰাখে।

বিক্ষোভকাৰীসকলে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চ’ৰাদাম ৰোধ কৰা, পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত আৰোপ কৰা কৰৰ আধা শতাংশ হ্ৰাস কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰা, বৰ্ধিত ভাড়া আৰু বিদ্যুত মাচুল হ্ৰাস কৰা, পে’ট্ৰলিয়াম কোম্পানী সমূহৰ ওপৰত থকা চৰকাৰৰ পূৰ্বৰ নিয়ন্ত্ৰণ পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত এখন ছয়দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd