• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ তৈলক্ষেত্ৰ আৰু ক’ল ইণ্ডিয়া ক্ষেত্ৰ সমুহ ব্যক্তিগত কোম্পানীক গটোৱাৰ সিদ্ধান্তৰ বিৰোধিতা চিপিআইৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 17, 2020 2:27 pm
20200517_123416
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না সংকটৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ অবিভক্ত শিৱসাগৰ জিলাৰ ৮ খন তৈলক্ষেত্ৰ লগতে দেশৰ মুঠ ৪৯ খন তৈলক্ষেত্ৰ আৰু ক’ল ইণ্ডিয়া ক্ষেত্ৰ সমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়া কাৰ্যক চি পি আই শিৱসাগৰ জিলা পৰিষদে তীব্ৰ বিৰোধিতা কৰাৰ লগতে উক্ত সিদ্ধান্ত বাতিলৰ দাবী জনাইছে ৷

আজি এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে চিপিআইৰ ৰাষ্ট্ৰীয় পকিষদৰ সদস্য তথা শিৱসাগৰ জিলা সমিতিৰ সম্পাদক কনক গগৈয়ে কয়, ‘যি সময়ত ক’ৰ’না সংকটে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে তেনে প্ৰেক্ষাপটত দেশৰ সম্পদসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাটো অতিকে জৰুৰী৷ কিন্তু বিজেপি চৰকাৰে বাৰে বাৰে পুঁজিপতিক সহায় কৰাহে পৰিলক্ষিত হৈছে৷ এনে সিদ্ধান্তক আমি ধীক্কাৰ জনাইছো৷’

Apply Now

উল্লেখ্য যে ঐতিহাসিক অবিভক্ত শিৱসাগৰ জিলাৰ লগতে উজনি অসমৰ উদ্যোগিক বিকাশৰ অন্যতম সম্পদ হৈছে তৈল সম্পদ৷

ৰাজহুৱা খণ্ডৰ নৱৰত্ন উদ্যোগ ONGC আৰু OIL য়ে ৰাজ্যখনৰ লগতে দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে৷

বিশিষ্ট কমিউনিষ্ট তথা শ্ৰমিক নেতা, প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰয়াত প্ৰমোদ গগৈ নেতৃত্বত বিগত ষাঠি দশকৰ পৰা যোৱা দশকলৈকে অসমৰ তথা শিৱসাগৰীয়া ৰাইজে ৰাজহুৱা খণ্ডত তৈল প্ৰতিষ্ঠান গঢ়ি তোলা, ৰিফাইনেৰী গঢ়া আন্দোলন সংগঠিত কৰিছিল, খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন বৃদ্ধি লগতে থলুৱাক উক্ত উদ্যোগ প্ৰতিষ্ঠান সমূহত নিযুক্তি আদি দাবীত আন্দোলন সংগঠিত কৰাৰ ফলত বহু ৰাইজ আজি উপকৃত হৈছিল৷

কিন্তু আজি পুঁজিপতি ৰক্ষকৰ চৰকাৰে এনেবোৰ সম্পদ বিক্ৰী কৰিছে তথাকথিত নেতাসমূহৰ দুৰ্বলতা সুযোগ গ্ৰহণ কৰি৷

‘আমি চি পি আই দলে খাৰুৱা তেল উৎপাদনৰ বিৰোধী নহয়৷ আমি উৎপাদন বৃদ্ধি পক্ষে আছো৷ কিন্তু ONGC – OIL য়ে নিজাববীয়াকৈ উন্নত প্ৰযুক্তি ক্ৰয় কৰি উৎপাদন বৃদ্ধি কৰক৷’ এইদৰে কয় দলটোৱে।

‘এই সম্পদ শিৱসাগৰ বাসী ৰাইজৰ সম্পদ৷ এই সম্পদৰ জৰিয়তে শিৱসাগৰ বাসী ৰাইজৰ সৰ্বাংগীণ বিকাশ হ’ব লাগিব৷ এয়া শিৱসাগৰবাসী ৰাইজৰ দাবী৷’ দলটোৰ স্পষ্ট  মত।

‘ONGCত থকা অসম বিৰোধী চক্ৰটোক আমি সকিয়াই দিওঁ যে আপোনালোকে ONGC সম্পৰ্কে ভুল তথ্য মন্ত্ৰালয় তথা উৰ্দ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাটো বন্ধ কৰক৷ আনহাতে ONGCৰ CSR পুঁজি বন্ধ কৰা সিদ্ধান্ত শীঘ্ৰেই বন্ধ কৰক৷’ দলটোৰ দাবী।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd