• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি : গুৱাহাটীত চিপিআই(এম)ৰ বিক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 4:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাজাত ইজৰাইলী বাহিনীৰ বৰ্বৰ আক্ৰমণ বন্ধ, পেলেষ্টাইনৰ দখলীকৃত ভূ-খণ্ড বেদখলমুক্ত আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি দ্বি-ৰাষ্ট্ৰ তত্ত্বৰ ভিত্তিত পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন-সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ দাবীত ৰাষ্ট্ৰজোৰা সভা, সমদল, বিক্ষোভ সংগঠিত কৰাৰ বাবে চিপিআই(এম) দলে আহ্বান জনাইছে৷ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি ১৯ অক্টোবৰৰ দুপৰীয়া ২ বজাত গুৱাহাটীত টিচি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনৰ সন্মুখত পাৰ্টিৰ সভ্য- সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷

‘হামাছ-ইজৰাইল যুদ্ধ শীঘ্ৰেই বন্ধ কৰক’, ‘ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুযায়ী স্বাধীন-সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰক’ আদি বিভিন্ন শ্ল’গানেৰে মুখৰিত বিক্ষোভকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বিক্ষোভ প্ৰদৰ্শন কৰে৷ গাজাত ইজৰাইলী বাহিনীয়ে পেলেষ্টাইনৰ নিৰীহ জনগণৰ ওপৰত যোৱা ৭ অক্টোবৰৰ পৰা চলাই থকা অমানুষিক অত্যাচাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকল সোচ্চাৰ হয় ৷ 

Apply Now

বিক্ষোভ স্থলীত চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্‌ফাকুৰ ৰহমানে বক্তব্য দাঙি ধৰি কয় যে যোৱা ৭ অক্টোবৰত  হামাছ বাহিনীৰ অতৰ্কিত আক্ৰমণত ইজৰাইলৰ বহু নিৰীহ লোক নিহত হোৱাৰ ঘটনা অতিশয় নিন্দনীয় আৰু ই বৰ্বৰতাৰ নিদৰ্শন হৈ থাকিব৷ কিন্তু হামাছৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ নামত ইজৰাইলী বাহিনীয়ে গাজাত যি নৃশংস যুদ্ধ অভিযান চলাইছে সি মানৱ সভ্যতাৰ ইতিহাসত অভূতপূৰ্ব আৰু অকল্পনীয়৷ 

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া সাম্ৰাজ্যবাদী দেশসমূহৰ সমৰ্থন আৰু পৃষ্ঠপোষকতাত ইজৰাইলৰ চৰম প্ৰতিক্ৰিয়াশীল চৰকাৰখনে পেলেষ্টাইনীৰ জনসাধাৰণৰ ওপৰত আৰু চিকিৎসালয়, শিক্ষানুষ্ঠান আদিত ধাৰাসাৰ বোমা বৰ্ষণ কৰি নৰসংহাৰ চলাই আছে বুলি ৰহমানে কয়৷ 

চিপিআই(এম) নেতা শতঞ্জীৱ দাসে ভাষণ প্ৰসংগত কয় যে যুদ্ধবাজ ইজৰাইলে আন্তৰ্জাতিক আইন-কানুন, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ আদি সকলো ভৰিৰে মোহাৰি গাজাত নৰহত্যা আৰু যুদ্ধ অপৰাধ সংঘটিত কৰি আছে৷ 

আজি সমগ্ৰ বিশ্বৰ শান্তিকামী আৰু যুদ্ধবিৰোধী জনগণে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতিজ্ঞ জ্ঞাপন কৰা বুলি দাসে উল্লেখ কৰে৷ 

প্ৰতিবাদী কাৰ্যসূচীত ‘কা’-বিৰোধী সমন্বয়ৰক্ষী  সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলীয়ে ভাষণ প্ৰসংগত ইজৰাইলী বৰ্বৰতাক কঠোৰ ভাষাৰে নিন্দা কৰে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পাৰ্টিৰ নেতা টিকেন দাস, তপন শৰ্মা, অজিত দাস, নিৰংকুশ নাথ, ৰিতুৰঞ্জন দাসকে ধৰি ভালেসংখ্যক মহিলাসহ পাৰ্টিৰ সভ্য-সমৰ্থকে অংশগ্ৰহণ কৰে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd