• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উঞ্ছবৃত্তি! বিশ্বকাপ জয় কৰি সংজ্ঞা হেৰুৱালে মিচেল মাৰ্ছে; পেডেষ্টেল হিচাপে ব্যৱহাৰ বিশ্বকাপ ট্ৰফী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2023 2:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ জয় কৰাৰ পিছত বিশ্বকাপ ট্ৰফীৰ মৰ্যাদা পাহৰি গ’ল নেকি মিচেল মাৰ্ছে? যি ট্ৰফীৰ বাবে খেলুৱৈসকলে গোটেই জীৱন অপেক্ষা কৰি থাকে, সেই ট্ৰফীৰ ওপৰত নিজৰ দুয়ো ভৰি তুলি ফটো তুলিলে মাৰ্ছে। আৰু সেইটো মুকলি কৰি দেখুৱালে দলৰ অধিনায়ক পেট কামিন্সে। এই ঘটনাত সমালোচনাৰ জোৱাৰ উঠিছে। মাৰ্ছৰ উল্লাসৰ শৈলীটো কোনেও বুজি পোৱা নাই। তেওঁ কিয় এনে কৰিলে? উত্থাপন হৈছে প্ৰশ্ন।

বিশ্বকাপ জয় কৰাৰ পিছত কামিন্সে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দলটোৰ উদযাপনৰ কেইবাখনো ছবি পোষ্ট কৰে। তাত এখন ছবিত মাৰ্ছক ট্ৰফীত দুই ভৰি তুলি হাঁহি হাঁহি আনন্দেৰে বহি থকা দেখা যায়। হাতত পানীয়ৰ বটল। বাওঁহাতখন মুঠি মাৰি ধৰা। এনেধৰণৰ চিন্তা, কেনেকৈ দিলোঁ! এই ছবিখনৰ পৰাই আৰম্ভ হৈছে চৰ্চা।

লগতে পঢ়কঃবিশ্বজয়ৰ আনন্দ কাটি কৰি বিৰাটক সান্ত্বনা বৈৰীবন্ধু মেক্সৱেলৰ; ভাৰতৰ জোঁৱাইক কোহলীৰ উপহাৰ

Apply Now

সাধাৰণতে বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈয়ে ট্ৰফীত চুম্বন কৰি থকা দেখা যায়। যি খেলেই নহওক কিয়, ট্ৰফীৰ আবেগ বেলেগ, মৰ্যাদা বেলেগ। ২০২২ চনৰ বিশ্বকাপ জয় কৰাৰ পাছত লিয়নেল মেছিয়ে বুকুত ট্ৰফী লৈ শুইছিল। মিছ কৰিব বিচৰা নাছিল। মাৰ্ছে সেই ট্ৰফীৰ ওপৰত ভৰি থৈ দেখুৱাব বিচাৰিছে যে বিশ্বকাপ জয় কৰাটো তেনেই সাধাৰণ কথা। সেয়ে কোনো পৃথক আৱেগে তেওঁৰ বাবে কাম কৰা নাই। মাৰ্ছৰ এই কাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত তেওঁৰ সমালোচনা আৰম্ভ হৈছে।

"Dear @ICC and @BCCI, expressing concern over Mitch Marsh placing the World Cup trophy under his feet. This behavior seems disrespectful to the game's integrity. Kindly review and address this matter appropriately. #CricketEthics" pic.twitter.com/3nfnI9skdQ

— Saini Vaib (@reverb_cia) November 20, 2023

মাৰ্ছৰ এনে আচৰণ বা কথা-বতৰা নতুন নহয়। বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল। ফাইনেলত ভাৰতক উৰুৱাই দিব বুলিও কৈছিল। অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি ৪২০ ৰান সংগ্ৰহ কৰিব। ইয়াৰ পিছত ভাৰতে ৬৫ ৰানত অল আউট হ’ব। তেওঁলোকে হয়তো ভাৰত হেৰুৱাইছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয়নে যে ইমান ভাল খেলি থকা দলটোৰ বিৰুদ্ধে এয়া অতিমাত্ৰা আত্মবিশ্বাস!

Don't give so much to anyone that you forget to respect. This is the World Cup trophy for which 10 countries fought for almost 1 and half months. The dream of billions of fans from 9 countries was broken. It's disrespect of WORLD CUP TROPHY. Disgraceful Mitchell Marsh.… pic.twitter.com/2iAZhtLLio

— Satya Prakash (@Are_Sambha) November 20, 2023

দলৰ বাকীসকলতকৈ মাৰ্ছ বেলেগ! য’ত কামিন্স, লাবুচেন, স্মিথে বিশ্বকাপ জয়ৰ পিছত আৱেগত ভাঁহিছে, মাৰ্ছ আছে আন এখন পৃথিৱীত। একেবাৰে উঞ্ছবৃত্তিত!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd