• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

স্পেইনৰ আলোচনী 'হোলা'ৰ প্ৰতিবেদন অনুসৰি বিশ্বকাপৰ পাছতেই বিবাহৰ পৰিকল্পনা চূড়ান্ত কৰিছে ৪১ বছৰীয়া পৰ্তুগীজ তাৰকাগৰাকীয়ে, ২০১৬ চনৰ পৰা একেলগে বসবাস কৰি অহা যুটীটোৱে এতিয়ালৈকে অস্বীকাৰ কৰা নাই এই খবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2026 4:36 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ মাজতেই ক্ৰীড়াপ্ৰেমীসকলৰ বাবে পোহৰলৈ আহিছে এক বিশেষ খবৰ। প্ৰাপ্ত তথ্য অনুসৰি, পৰ্তুগালৰ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে বিশ্বকাপৰ সামৰণি পৰাৰ পাছতেই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা জৰ্জিনা ৰড্ৰিগেজৰ সৈতে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। স্পেইনৰ জনপ্ৰিয় আলোচনী ‘হোলা‘ই প্ৰকাশ কৰা এক প্ৰতিবেদনৰ মতে, আগন্তুক ছেপ্টেম্বৰ মাহত দুয়োগৰাকী তাৰকাই যুগ্ম জীৱনৰ পাতনি মেলিব পাৰে আৰু ইতিমধ্যে বিবাহ অনুষ্ঠানৰ পৰিকল্পনাও প্ৰায় চূড়ান্ত হৈ উঠিছে।

প্ৰায় এক দশক ধৰি একেলগে বসবাস কৰি অহা ৰোনাল্ডো আৰু জৰ্জিনা ২০১৬ চনৰ পৰা প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈ আছে। তেওঁলোকৰ সংসাৰত বৰ্তমান পাঁচগৰাকী সন্তান আছে, যাৰ ভিতৰত দুগৰাকী সন্তানৰ মাতৃ হৈছে জৰ্জিনা। অনুৰাগীসকলৰ মাজত দীৰ্ঘদিন ধৰি তেওঁলোকৰ বিবাহক লৈ ব্যাপক উৎকণ্ঠা বিৰাজ কৰি আহিছিল। যোৱা বৰ্ষৰ আগষ্ট মাহত ৪১ বছৰীয়া পৰ্তুগীজ তাৰকাগৰাকীয়ে জৰ্জিনাক আনুষ্ঠানিকভাৱে বিয়াৰ প্ৰস্তাৱ দিছিল। জৰ্জিনায়ো সামাজিক মাধ্যমৰ জৰিয়তে এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰাৰ কথা সদৰী কৰাৰ লগতে ৰোনাল্ডোৱে উপহাৰ হিচাপে প্ৰদান কৰা বহুমূলীয়া হীৰাৰ আঙঠিৰ আলোকচিত্ৰও প্ৰকাশ কৰিছিল।

Apply Now

পূৰ্বে এক সাক্ষাৎকাৰত ৰোনাল্ডোৱে ধেমালিৰ ছলেৰে মন্তব্য কৰিছিল যে তেওঁ বিশ্বকাপৰ পাছত বিবাহপাশত আৱদ্ধ হ‘ব বিচাৰে আৰু বিশ্বকাপৰ ট্ৰফী হাতত লৈ বিয়া কৰাবলৈ যোৱাৰ আশা পুহি ৰাখিছে। ফুটবল জীৱনৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হোৱা তাৰকাগৰাকীৰ এই মন্তব্যই এতিয়া সংবাদ মাধ্যমত পুনৰ চৰ্চা লাভ কৰিছে।

বৰ্তমানলৈকে ৰোনাল্ডো বা জৰ্জিনা কোনেও স্পেনিছ আলোচনীখনৰ এই প্ৰতিবেদনৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বা খবৰটোক অস্বীকাৰো কৰা নাই। তেওঁলোকৰ এই নীৰৱতাই সংবাদ মাধ্যমত প্ৰকাশিত খবৰটোৰ সত্যতাক অধিক ঘনীভূত কৰি তুলিছে আৰু ই ফুটবল অনুৰাগীসকলৰ মাজত নতুন উন্মাদনাৰ সৃষ্টি কৰিছে। বিশ্বকাপৰ ব্যস্ততাৰ অন্ত পৰাৰ পাছত এই চৰ্চিত যুটীটোৱে বিবাহৰ আনুষ্ঠানিক দিন ঘোষণা কৰিব নে নাই, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

July 22, 2026 7:18 pm
প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd