• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নকআউট পৰ্যায়ৰ কঠিন যুঁজৰ পূৰ্বে ৰোনাল্ডোৰ আহ্বান: “আমাক ঘৰৰ খেলপথাৰত খেলাৰ দৰে অনুভৱ কৰাওক”

গ্ৰুপ পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰাৰ পাছত শুকুৰবাৰে পুৱা শক্তিশালী ক্ৰোয়েচিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব পৰ্তুগাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 1:30 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপৰ ‘ৰাউণ্ড অৱ ৩২‘ বা শেষ বত্ৰিছৰ এক গুৰুত্বপূৰ্ণ মেচত শুকুৰবাৰে পুৱা ক্ৰোয়েচিয়াৰ সন্মুখীন হ‘ব পৰ্তুগাল। এই নিৰ্ণায়ক নকআউট মেচখনৰ পূৰ্বে পৰ্তুগালৰ অধিনায়ক তথা তাৰকা ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে সামাজিক মাধ্যমৰ জৰিয়তে সমৰ্থকসকলক খেলপথাৰত উপস্থিত থাকি দলটোক উৎসাহিত কৰিবলৈ আহ্বান জনাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেডিয়ামসমূহত খেলপথাৰ আৰু দৰ্শকৰ আমাজত দূৰত্ব কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সমৰ্থকৰ উপস্থিতিয়ে দলটোক মানসিকভাৱে শক্তিশালী কৰিব বুলি ৰোনাল্ডোৱে আশা প্ৰকাশ কৰিছে।

মেচখনৰ পূৰ্বে ইনষ্টাগ্ৰামত পৰ্তুগীজ সমৰ্থকসকলে ষ্টেডিয়াম ভৰাই তোলাৰ কেইবাখনো ছবি শ্বেয়াৰ কৰি ৰোনাল্ডোৱে মাত্ৰ পাঁচটা শব্দৰে এক বাৰ্তা প্ৰকাশ কৰে। তেওঁ লিখে, “মেক আছ ফিল এট হোম”, অৰ্থাৎ সমৰ্থকসকলে যেন তেওঁলোকক ঘৰৰ খেলপথাৰত খেলাৰ দৰে এক পৰিৱেশৰ অনুভৱ কৰোৱায়। কঠিন প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে খেলপথাৰত সমৰ্থকৰ প্ৰচণ্ড উৎসাহে খেলুৱৈসকলক উন্নত প্ৰদৰ্শন কৰাত সহায় কৰিব বুলি অনুভৱ কৰিয়েই তাৰকা খেলুৱৈগৰাকীয়ে এইদৰে অনুৰোধ জনাইছে।

Apply Now

এইবাৰৰ বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শন দেখুৱাব পৰা নাই পৰ্তুগালে। গ্ৰুপ পৰ্যায়ত দলটোৱে কংগোৰ সৈতে ড্ৰ খেলাৰ বিপৰীতে উজবেকিস্তানক পাঁচ গ‘লৰ ব্যৱধানত পৰাস্ত কৰে যদিও কলম্বিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পৰা কোনোমতেহে ৰক্ষা পৰে। ইয়াৰ ফলশ্ৰুতিত গ্ৰুপত দ্বিতীয় স্থান অধিকাৰ কৰি পৰ্তুগালে পৰৱৰ্তী ৰাউণ্ডত শক্তিশালী ক্ৰোয়েচিয়াক প্ৰতিদ্বন্দ্বী হিচাপে লাভ কৰে। আনহাতে, দলৰ অধিনায়ক ৰোনাল্ডোৱেও উজবেকিস্তানৰ বিৰুদ্ধে দুটা গ‘ল দিয়াৰ বাহিৰে কংগো আৰু কলম্বিয়াৰ বিৰুদ্ধে বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই। বৰ্তমান তেওঁৰ খেলত পূৰ্বৰ দৰে গতি পৰিলক্ষিত হোৱা নাই আৰু সহজ সুযোগসমূহো গ্ৰহণত ব্যৰ্থ হৈছে। তথাপিও ক্ৰোয়েচিয়াক পৰাস্ত কৰিবলৈ পৰ্তুগাল দলটোৱে ৰোনাল্ডোৰ ওপৰতেই মূল ভৰসা কৰিছে।

ক্ৰোয়েচিয়া দলটোৰ শক্তি পূৰ্বতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও এক শৃংখলাবদ্ধ দল হিচাপে তেওঁলোকে যিকোনো মুহূৰ্ততে প্ৰতিপক্ষক ধৰাশায়ী কৰাৰ ক্ষমতা ৰাখে। ক্ৰোয়েচিয়াৰ এই দলবদ্ধ খেলৰ বিষয়ে ৰোনাল্ডো অৱগত আৰু তেওঁ জানে যে এই যুঁজখন সহজ নহ‘ব। বিশেষকৈ মেচখন যদি টাইব্ৰেকাৰ পৰ্যায়লৈ অগ্ৰসৰ হয়, তেন্তে পৰ্তুগাল অধিক চাপৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd