• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত আৰ এছ এছৰ কাৰ্য্যালয়ত চি আৰ পি এফৰ জোৱানৰ গুলীয়াই আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

NE NOW NEWS অভিক চক্ৰৱৰ্তী
গুৱাহাটী , May 4, 2020 6:22 pm

2 min read

তিনিচুকীয়াত আৰ এছ এছৰ কাৰ্য্যালয়ত চি আৰ পি এফৰ জোৱানৰ গুলীয়াই আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

অমিত কুমাৰ

35.8k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে তিনিচুকীয়া জিলাৰ আৰ এছ এছ কাৰ্য্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এগৰাকী জোৱানে আত্মহত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আত্মহত্যা কৰা জোৱান গৰাকী বিহাৰৰ অমিত কুমাৰ(২৭) বুলি চিনাক্ত কৰা হৈছে। অতিম কুমাৰ চি আৰ পি এফৰ ৬৮ বেটেলিয়নত কৰ্মৰত আছিল।

আৰক্ষীৰ জনোৱা মতে, তিনিচুকীয়াৰ আৰ এছ এছৰ কাৰ্য্যালয়ত সুৰক্ষাৰ বাবে প্ৰতিদিনে চি আৰ পি এফৰ জোৱান মোতায়ন কৰা হয়।

কৰ্তব্যৰত অৱস্থাতে নিজৰ ৰিভলভাৰেৰে চি আৰ পি এফৰ জোৱান গৰাকীয়ে মুৰত গুলীয়াই আত্মহত্যা কৰে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।

‘‘কৰ্তব্যৰত অৱস্থাত চি আৰ পি এফৰ জোৱান গৰাকীয়ে নিজৰ ৰিভালভাৰেৰে মুৰত গুলীয়াই আত্মহত্যা কৰে। তেও অন্য জোৱান সকলৰ সৈতে কৰ্তব্যৰত আছিল আৰু হঠাৎ আত্মহত্যা কৰা জোৱান গৰাকীয়ে আৰ এছ এছৰ কাৰ্য্যালয়ৰ ভিতৰত থকা প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰে আৰু গুলীয়াই আত্মহত্যা কৰে। কি কাৰণত জোৱান গৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল’লে সেই সম্বন্ধে বৰ্তমানলৈ আমি জানিব পৰা নাই যদিও এই এই সম্বন্ধত প্ৰাথমিক তদন্ত অব্যাহত ৰখা হৈছে,’’ নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এনেদৰে কয় তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলিদিত্য চেতীয়াই।

চেতীয়াই আত্মহত্যা কৰা জোৱান গৰাকী অবিবাহিত আছিল বুলি উল্লেখ কৰি পৰিয়ালকেন্দ্ৰীক কিবা কাৰণতো আত্মহত্যা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত ভাৰতৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সুৰক্ষা বাহিনীৰ জোৱান সকলে আত্মহত্যা কৰাৰ বাতৰি প্ৰকাশ হৈ আহিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd