• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পত্নীসহ দুই সন্তানক হত্যা কৰি আত্মহত্যা এজন চি আৰ পি এফ জোৱানৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 6:15 pm

1 min read

index.jpg66

প্ৰতিনিধিত্বমূলক ফ'টো

15.5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱানে নিজ পত্নীসহ দুই সন্তানক হত্যা কৰি আত্মহত্যা কৰিছে।

ঘটনাটো সংঘটিত হৈছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত।

থাৰৱাই আৰক্ষী থানাৰ বিষয়াই ভূৱনেশ চৌবেই জনায় যে, বিনোদ কুমাৰ যাদৱ নামৰ চি আৰ পি এফৰ ২২৪ নং বেটেলিয়নৰ চালকজনে এই কাণ্ড সংঘটিত কৰে।

প্ৰয়াগৰাজ জিলাৰ মেজা মৌজাৰ চি আৰ পি এফৰ চালকজন বেটেলিয়নটোৰ পাদিলা গ্ৰুপ চেন্টাৰতে পৰিয়ালৰ সৈতে বাস কৰিছিল।

প্ৰথমে পত্নী বিমলাক গুলীয়াই হত্যা কৰাৰ পিছতে ১৫ বছৰীয়া জ্যেষ্ঠ পুত্ৰ সন্দীপ আৰু ১২ বছৰীয়া কন্যা সমীৰণকো গুলীয়াই হত্যা কৰে চি আৰ পি এফৰ চালকজনে।

পত্নী সন্তানক হত্যা কৰাৰ পিছতে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে।

‘পত্নীৰ সৈতে বাকযুদ্ধৰ পিছত কাজিয়াত লিপ্ত হৈ জোৱানজনে এই কাণ্ড সংঘটিত কৰিছে বুলি ধাৰণা কৰা হৈছে।’ এইদৰে কয় আৰক্ষী বিষয়া চৌবেই।

আৰক্ষী আৰু চি পআৰ পি এফৰ শীৰ্ষ বিষয়াই ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে মৃহদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে জোৱানজনৰ মেজাস্থিত পৰিয়ালৰ লোকলৈ আৰক্ষীয়ে খবৰ প্ৰেৰণ কৰিছে।

Recent News

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

india

জাতি- জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানেৰে মুখৰিত হল শিৱসাগৰৰ কোঁৱৰপুৰৰ ৰোষেশ্বৰ বৰুৱা খেলপথাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd