• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ নাটনি হ’ব ৰন্ধন গেছৰ : চিলিণ্ডাৰৰ পৰিবহন বন্ধ ৰখাৰ সিদ্ধান্ত ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2018 8:28 pm
LPG

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ৰন্ধন গেছৰ নাটনিয়ে উত্তৰ-পূৰ্বাঞ্চলত সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিছে। নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছোচিয়েশ্যনে ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰিবহণ বন্ধ কৰি ৰখাৰ বাবেই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ৰন্ধন গেছৰ ব্যাপক নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশাৰপৰাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত চিলিণ্ডাৰ কঢ়িওৱা বাহন সমূহ বন্ধ হৈ পৰিব। উত্তৰ পূৰ্বাঞ্চলৰ বটলিং প্লান্টৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ পৰিবহন বাহনসমূহ বন্ধ হৈ পৰাৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই ৰন্ধন গেছৰ বৃহৎ নাটনিয়ে দেখা দিয়াটো নিশ্চিত।

Apply Now

গেছ চিলিণ্ডাৰ পৰিবহনৰ বাবে প্ৰায় ৪০০ খন বাহনৰ চলাচল বন্ধ হৈ যোৱাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত থকা ১১টা বটলিং প্লান্ট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। তদুপৰি, বটলিং প্লান্টসমূহত দৈনিক তৈয়াৰ হোৱা প্ৰায় ১ লাখ ২২ হাজাৰ ৰন্ধন গেছৰ নাটনিয়ে গ্ৰাহকৰ বাবে হাহাকাৰ সৃষ্টি কৰিব।

ইপিনে, নৰ্থ ইষ্ট পেক্ট এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্যনে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ চিলিণ্ডাৰ পৰিবহণৰ নিবিদাৰ বাবে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ মুখ্য় কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ স্থানান্তৰ কৰা, চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকৰ পৰিবহণ মূল্য় নিবিদাত ২১% হ্ৰাস কৰাৰ বিপৰীতে ৫০%লৈ নিৰিখ বৃদ্ধি কৰা আদি দাবীত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ চিলিণ্ডাৰ কঢ়িওৱা বাহন সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁলোকৰ উক্ত দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত যদি বাহন সমূহ বন্ধ ৰখা হয় তেনেহ’লে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৰন্ধন গেছৰ বৃহৎ নাটনিয়ে জনসাধাৰণৰ মাজত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিব। অৱশ্যে, এইক্ষেত্ৰত জনসাধাৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট কৰ্তৃপক্ষই শীঘ্ৰেই এক সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ আসা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd