• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত প্ৰতিবন্ধী ব্যক্তিৰ সৈতে গীতে মাতে এটি অনুষ্ঠান

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
January 1, 2022 2:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ বঙাইগাঁৱত অৱস্থিত নাভাৰ্ড মানসিক চিকিৎসালয়ত মানসিক ভাবে একাংশ মহিলা প্ৰতিবন্ধী ৰ সৈতে এটি আকৰ্ষণীয় অনুষ্ঠান শুক্ৰবাৰে অনুষ্ঠিত কৰা হয় ।

নৱবৰ্ষৰ প্ৰাক সন্ধিয়াৰ পূৰ্বে ” হিউমেনিটি গ্ৰুপ ‘ ৰ নেতৃত্বত ২৪ গৰাকী মানসিক দিব্যাংগৰ সৈতে গীতে- মাত আৰু কিছু উপহাৰ বিতৰণ শীৰ্ষক অনুষ্ঠিত এই অনুষ্ঠান বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন বৈশৰ দ্বাৰা উদ্বোধন কৰা হয়।

Apply Now

নৱবৰ্ষৰ প্ৰাকক্ষণত মানসিক ভাবে প্ৰতিবন্ধী সকলৰ মাজলৈ গৈ তেওঁলোকক মানসিক ভাবে কিছু সৱল আৰু আত্মিক আনন্দ দিয়াৰ মহান উদ্দেশ্য আগত ৰাখি নৃত্য গীতৰ এটি আকৰ্ষণীয় পৰিবেশৰ বাতাবৰণ সৃষ্টি কৰি হিউমেনিটি গ্ৰুপৰ সমূহ কৰ্মকৰ্তা সকলে কিছু সময় কটায়।

এই অনুষ্ঠানতে মানসিক ভাবে প্ৰতিবন্ধী ব্যক্তি সকলক কিছু শীতৰ বস্ত্ৰ উপহাৰ দিয়াৰ লগতে হোটেল জাহ্নৱী ‘ ৰ ফালৰ পৰা জলপান আৰু আহাৰ আগবঢ়োৱা হয়।

এই অনুষ্ঠানত হিউমেনিটি গ্ৰুপৰ সভাপতি গোপাল মহাপাত্ৰ , ধনভৰালী সুজিত ঘোষ , যুটীয়া সচিব অমিত ভাসিন , সদস্য বৃন্দ ক্ৰমে আনন্দ শৰ্মা , ৰূপক বৰুৱা , ফুখন মুছাহাৰী আৰু হেমন্ত দাসে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ গুৰি ধৰোতা প্ৰবীণ কুমাৰ বৈশ্যই বিহু গীত পৰিৱেশন কৰি এই অনুষ্ঠানটি জীপাল কৰি তোলে ।

ঢোল , পেঁপা , গগনা আৰু গীতৰ তালে তালে সকলোৱে নৃত্যৰ কৰি আত্মহাৰা হৈ উঠে । অনুষ্ঠান উদ্বোধনৰ হোৱাৰ পিছত এক প্ৰাৰ্থনা পৰ্ব অনুষ্ঠিত কৰা হয়। এই আনন্দময় মূহুৰ্তত দেৱৰিকা ভট্টাচাৰ্জী , আনন্দ শৰ্মা আৰু সুৰজিৎ সমজদেৰে গীতৰ শৰাই আগবঢ়ায় ।

এই অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা সংগীতজ্ঞ প্ৰবীণ কুমাৰ বৈশ্যই নিজৰ বক্তব্যত মানৱীয়তাৰ ওপৰত চমু আভাষ ধৰি কয় যে পাৰো মানে আমি সকলোৱে মানৱ সেৱা কৰিব লাগে । এই সেৱাত ব্ৰতী হলে আত্মিক সন্তুষ্টি লাভ কৰিব পাৰি।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd