• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬০০ কোটি টকাৰ চাইবাৰ জালিয়াতি! জেছপ-ডানলপৰ প্ৰাক্তন স্বত্ত্বাধিকাৰ পৱন ৰুইয়াক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:44 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগ আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই গ্ৰেপ্তাৰ কৰিছে ৰাজ্যখনৰ এজন শক্তিশালী উদ্যোগপতি ডানলপ আৰু জেছপৰ প্ৰাক্তন অধ্যক্ষক। মঙলবাৰে নিউ টাউনৰ এখন হোটেলৰ সন্মুখৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। কমেও ৬০০ কোটি টকাৰ চাইবাৰ জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

কলিকতা উচ্চ ন্যায়ালয়ে ২০২৫ চনৰ ৩১ ডিচেম্বৰত এই গোচৰত তেওঁক সুৰক্ষা প্ৰদান কৰিছিল। কিন্তু সেই সুৰক্ষা আদালতে আজি প্ৰত্যাহাৰ কৰে। তাৰ কেই ঘণ্টাৰ পাছত পশ্চিম বংগ আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই তেওঁক গ্ৰেপ্তাৰ কৰে।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০২৪ চনত স্বপন কুমাৰ মণ্ডল নামৰ এজন ব্যক্তিয়ে ইকো পাৰ্ক আৰক্ষী থানাত অভিযোগ কৰিছিল যে তেওঁক ‘হাই ৰিটাৰ্ণ’ৰ প্ৰলোভন দি ‘KKRMF.apk’ নামৰ মোবাইল এপ এটা ইনষ্টল কৰাই ৯৩ লাখ টকাৰ প্ৰতাৰণা কৰা হৈছিল। এই জালিয়াতিৰ তদন্তৰ সময়ত আৰক্ষীয়ে এটা বিশাল চাইবাৰ জালিয়াতিৰ চক্ৰ উদ্ধাৰ কৰে।

তদন্তত প্ৰকাশ পাইছে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চাইবাৰ জালিয়াতিৰ জৰিয়তে উপাৰ্জন কৰা বিপুল পৰিমাণৰ ধন একাধিক শ্বেল কোম্পানীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছিল। কলকাতাৰ ৪৬ চৈয়দ আমিৰ আলী এভিনিউত থকা ‘ৰুইয়া চেণ্টাৰ’ৰ পৰা চলিছিল এই শ্বেল কোম্পানীবোৰ। তদন্তকাৰীয়ে প্ৰায় ১৪৮টা এনে শ্বেল কোম্পানী বা ভুৱা সংস্থা বিচাৰি উলিয়াইছে।

তেওঁলোকে নিজৰ অবৈধ কাৰ্যকলাপ লুকুৱাই ৰাখিবলৈ আৰু বিদেশলৈ সৰবৰাহ কৰিবলৈ সেই ধন ক্ৰিপ্টোকাৰেন্সীলৈ ৰূপান্তৰিত কৰিছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১ নৱেম্বৰত এই চক্ৰৰ অন্যতম নায়ক ৰাহুল ভাৰ্মাক দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। পৱন ৰুইয়াৰ লগতে তেওঁৰ পুত্ৰ ৰাঘৱ আৰু কন্যা পল্লৱীও এই গোচৰত অভিযুক্ত।

নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পৰ্টেল (এনচিআৰপি)ৰ তথ্য অনুসৰি সমগ্ৰ দেশতে অভিযুক্তসকলৰ সৈতে জড়িত কমেও ১৩৭৯টা চাইবাৰ জালিয়াতিৰ গোচৰ পোহৰলৈ আহিছে। ১৯০০ৰো অধিক ভুক্তভোগীয়ে আৰক্ষীক অভিযোগ দাখিল কৰিছে। তদন্তকাৰীৰ মতে এই চক্ৰৰ নেটৱৰ্ক বহুদূৰ বিস্তৃত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd