• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰকৃতি সুৰক্ষাৰ আহ্বানেৰে বিশ্বনাথত চাইকেল ৰেলী লেটছ পেডেলৰ

NE NOW NEWS কাজি জেইদুল ইছলাম
গুৱাহাটী , September 27, 2020 5:59 pm

1 min read

IMG20200927153713
166
VIEWS
Share on FacebookShare on Twitter

ফ্ৰাইডেইছ ফৰ ফিউচাৰ গুৱাহাটীৰ আহ্বান মৰ্মে আজি লেটছ পেডেল বিশ্বনাথ চাৰিআলিৰ উদ্যোগত দিহিং পাটকাই আৰু বাঘজানত প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাক কেন্দ্ৰ কৰি এক সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়।

জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা, দিহিং পাটকাইক সুৰক্ষা প্ৰদান কৰা, দেওহাঁহ ৰক্ষা কৰক আদি প্লেককাৰ্ড সহ কোভিড ১৯ ৰ সম্পূৰ্ণ নীতি নিয়মৰ মানি বীনাপাণি নাট্য মন্দিৰৰ সমীপৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলী বিশ্বনাথ চাৰিআলি চহৰৰ মাজৰে যাত্ৰা কৰে।

উল্লেখ্য যে লেটছ পেডেলে পূৰ্বতেও বিভিন্ন সজাগতমুলক তথা অভিযানমূলক কাৰ্যসূচী সম্পন্ন কৰিছে।

স্নেহাংকৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা আজিৰ চাইকেল ৰেলীত লাচিত শইকীয়া, নীহাৰ শইকীয়া, নয়ন গগৈ, ৰিয়ন বৰা,পার্থ প্ৰতিম ভূমিজ, ভুচিত্ৰ দাধৰাই অংশগ্ৰহণ কৰে।

Recent News

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd