• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই বিধ্বস্ত কৰি পেলাইছে মুম্বাইৰ স্বাভাৱিক জীৱন যাত্ৰা

বন্ধ কৰা হৈছে মুম্বাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ। দিনৰ ২.৩০ বজাৰ পৰা বিমানৰ অৱতৰণ বন্ধ কৰে কৰ্তৃপক্ষই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 4, 2020 11:28 am

2 min read

index.jpg00
505
VIEWS
Share on FacebookShare on Twitter

আৰৱ সাগৰৰ নিম্ন চাপৰ পৰা উৎপত্তি হোৱা সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই গুজৰাটৰ লগত মহাৰাষ্ট্ৰৰ বিভিন্ন জিলাত তাণ্ডৱ চলাইছে।

মহাৰাষ্ট্ৰ ৰায়গড়ৰ জিলাৰ লগতে মুম্বাইৰ মহানগৰত সামুদ্ৰিক ধুমুহা নিসৰ্গই স্বাভাৱিক জীৱন যাত্ৰাৰ স্থবিৰ কৰি পেলাইছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰ আৰু গুজৰাটত প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে নিসৰ্গত আক্ৰান্ত জিলাসমূহত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে।

দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰ’নাক্ৰান্ত তথা হটস্পষ্টৰূপে চিহ্নিত মহাৰাষ্ট্ৰৰ মুম্বাইত ১৬৪ মিমি বৰষুণৰ লগতে ধুমুহাই বিভিন্ন বাট পথ অৱৰুদ্ধ কৰি পেলাইছে।

দিনৰ ভাগত যোৱা ২৪ ঘণ্টাত আলিবাগ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা ৮০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰণ কৰা হৈছে। মুম্বাইৰ পৰা আলিবাগলৈ প্ৰায় ৯৫ ঘণ্টাৰ বেগত সামুদ্ৰিক চাইক্ল’ন নিসৰ্গই গতি কৰিছে।

বুধবাৰে দিনৰ ভাগত নিসৰ্গৰ বাবে মুম্বাইৰ বাণ্ড্ৰা-ৱাৰ্লী সাগৰীয় সংযোগ বন্ধ কৰা হৈছে।

আগন্তুক অত্যধিক দুৰ্যোগৰ মোকাবিলা কৰিববলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ ৫০০ জৰুৰী সদস্য, মুম্বাই অগ্নি নিৰ্বাপক বাহনী আৰু মুম্বাই পৌৰ নিগমৰ সদস্যসকল মুম্বাইত সষ্টম কৰি ৰখা হৈছে।

ইফালে বুধবাৰে মুম্বাইৰ পৰা হুবলীলৈকে প্ৰায় ১ লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰণ কৰা হৈছে।

ইয়াৰে কঙ্কন অঞ্চলৰ পৰা ৬০ হাজাৰ লোক আৰু ৭,০০৩ খন মাছমৰীয়া নাওক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে কতৃপক্ষই।

বৰ্তমান নিসৰ্গই পশ্চিমৰ পৰা পূৱলৈ প্ৰতি ঘণ্টাত প্ৰায় ১০০-১১০ কিলোমিটাৰ বেগত গতি কৰিছে। আনহাতে বতৰ বিজ্ঞান সূত্ৰৰ মতে এই গতি প্ৰতি ঘণ্টাত প্ৰায় ৪০ কিলোমিটাৰকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ইতিমধ্যে গুজৰাট আৰু মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্য দুখনৰ ১৮ খন জিলাক সামুদ্ৰিক নিসৰ্গৰ দ্বাৰা আক্ৰান্ত হ’ব বুলি সতকৰ্তা জাৰি কৰিছে।

বুধাবৰে নিসৰ্গৰ বাবেই মুম্বাইৰ আন্তৰাষ্ট্ৰীয় বিবান বন্দৰত দিনৰ ২.৩০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ বিমান অৱতৰণ বন্ধ কৰি দিয়া হৈছে। ২০ খন বিমাৰ যাত্ৰাপথো সলনি কৰা হৈছে সামুদ্ৰিক চাইক্ল’নৰ বাবে।

Recent News

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

ভাৰতলৈ উভটি আহিল আইপিএল, বিচিচিআইৰ সিদ্ধান্তক আদৰণি আৰ পি সিঙৰ

index

দুধনৈত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী : কৃষ্ণাইৰ বিজেপি কাৰ্যালয়ত তলা ক্ষোভিত নেতা কৰ্মীৰ

20201207_1907131-750x376

স্বার্থ, ভোট বিভাজন ৰোধ : নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ৰাইজলৰ দলৰ তিনি শীৰ্ষ নেতাই!

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

পোন্ধৰ মাহৰ পাছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় মেচ, আশাবাদী অধিনায়িকা মিথালী ৰাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd