• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পান্নুন ‘হত্যাৰ ষড়যন্ত্ৰত’ অভিযুক্ত নিখিলক আমেৰিকালৈ পঠোৱাৰ সপক্ষে ৰায়দান চেক আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 2:58 pm
খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুন আৰু তেওঁৰ হত্যাৰ ষড়যন্ত্ৰত অভিযুক্ত নিখিল গুপ্তা। ফটোঃ সংগ্ৰহীত।

খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুন আৰু তেওঁৰ হত্যাৰ ষড়যন্ত্ৰত অভিযুক্ত নিখিল গুপ্তা। ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল গুপ্তাক চেক গণৰাজ্যৰ পৰা আমেৰিকালৈ পঠিওৱাৰ সপক্ষে ৰায় দিছে প্ৰাগ উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুন হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত নিখিল গুপ্তা। ৬ মাহতকৈ অধিক সময় ধৰি চেক জেলত বন্দী হৈ আছে তেওঁ। এই নিখিলৰ বিৰুদ্ধে আমেৰিকাত গোচৰ ৰুজু হৈছে। সেই গোচৰৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাই নিখিলক নিজৰ দেশলৈ লৈ গৈ বিচাৰ সম্পূৰ্ণ কৰিব বিচাৰিছে।

বাতৰি অনুসৰি,  আদালতৰ ৰায়দানৰ পিছত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত ল’ব চেক গণৰাজ্যৰ আইন মন্ত্ৰী পাভেল ব্লেজেকে। জানিব পৰা মতে, উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ যদি মন্ত্ৰীগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে তেন্তে উচ্চতম ন্যায়ালয়ক গোচৰৰ বিচাৰ কৰিবলৈ ক’ব পাৰে। সেই ক্ষেত্ৰত অহা তিনিমাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায় পুনৰীক্ষণ কৰিব লাগিব।

লগতে পঢ়কঃ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বেই মূৰ্তি বিভ্ৰাট; তদন্তৰ দাবী ক্ষুব্ধ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ!

Apply Now

ইয়াৰ পূৰ্বে আমেৰিকাৰ এটৰ্নী অফিচে প্ৰকাশ কৰা অনুসৰি পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত নিখিল গুপ্তাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ‘হত্যাৰ বাবে ধন দিয়া’ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় চৰকাৰী সংস্থাৰ এজন বিষয়াৰ নিৰ্দেশত নিখিলে এই কাম কৰিছিল। কিন্তু যিজন ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই।

যোৱা ৩০ জুনত চেক গণৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল নিখিলক। খালিস্তানী উগ্ৰপন্থীক হত্যাৰ বাবে এক লাখ ডলাৰ উৎকোচ দিয়া বুলি দাবী কৰিছে অধিবক্তাৰ কাৰ্যালয়ে। ‘আততায়ী’জনক আগতীয়াকৈ ১৫,০০০ মাৰ্কিন ডলাৰ দিয়া হৈছিল। কিন্তু সেই ‘আততায়ী’জন আচলতে আছিল আমেৰিকা প্ৰশাসনৰ এজন ‘আণ্ডাৰকভাৰ এজেণ্ট’। ইয়াৰ পিছতে আমেৰিকা প্ৰশাসনে এই বিষয়ে গম পালে। পিছত ৱাশ্বিংটনৰ অনুৰোধত চেক গণৰাজ্যই নিখিলক গ্ৰেপ্তাৰ কৰে।

প্ৰ সংগক্ৰমে কেইমাহমানৰ আগতে ব্ৰিটিছ সংবাদ মাধ্যম দ্য ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে আমেৰিকাত শিখছ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল। এই বিষয়ে আমেৰিকাই ভাৰতক সকীয়াই দিছিল। ৱাশ্বিংটনৰ মতে, এই আক্ৰমণত দিল্লী জড়িত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ মঞ্চতে দুৰ্ঘটনাত মৃত্যু ঘটিল আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ’ৰ; কেনেকৈ ঘটিল দুৰ্ঘটনা?

খবৰ অনুসৰি যোৱা জুন মাহত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল তেতিয়া গুৰপতৱন্তৰ আক্ৰমণৰ বিষয়টো আমেৰিকা প্ৰশাসনে উত্থাপন কৰিছিল। ইফালে, আমেৰিকাৰ ন্যায় বিভাগে ভাৰতীয় নাগৰিক নিখিল গুপ্তাৰ বিৰুদ্ধে হত্যাকাণ্ডত সহযোগিতা কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে।

ইপিনে, চেক প্ৰশাসনে কয় যে আমেৰিকাৰ অনুৰোধত নিখিলক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে ভাৰতেও মানি লৈছে যে এই সন্দৰ্ভত তেওঁলোকৰ ওচৰলৈ আমেৰিকাৰ পৰা তথ্য আহিছে। আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে দিল্লীয়ে গঠন কৰিছে উচ্চ পৰ্যায়ৰ তদন্ত সমিতি।

আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক চুলিভান আৰু ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে যোৱা আগষ্টত চৌদি আৰৱৰ ৰাজধানীত এই বিষয়ত আলোচনা কৰিছিল। সেই সময়ত আমেৰিকাৰ এন এছ এয়ে ডোভালক জনাইছিল যে আমেৰিকাই এনে ঘটনা সহ্য নকৰে। ইয়াৰ উপৰিও যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবেও ভাৰতৰ প্ৰতিশ্ৰুতি বিচৰা হৈছে।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল! আমিৰশ্বাহীৰ ৰাজ পৰিয়াললৰ আছে ৭০০ গাড়ী, ৮ খন জেট বিমান…

আনহাতে, খবৰ অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চিআইএৰ মুৰব্বী বিল বাৰ্নছক ভাৰতলৈ আহি এই বিষয়ত ৰিচাৰ্চ এণ্ড এনালাইছিছ উইঙৰ মুৰব্বী ৰবি সিনহাৰ সৈতে কথা পাতিবলৈ কৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd