• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্পত মৃত্যু : বৰপেটাৰোডত তিনি শতাধিক ডি ভোটাৰৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2018 7:45 am
a585781b-af38-4e3d-9762-c22b270f38d1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰোড থানাৰ অন্তৰ্গত উত্তৰ বৰপেটাৰোডত দেওবাৰে এছোচিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটছ তথা আমছুৰ সহযোগত প্ৰায় তিনি শতাধিক ডি ভোটাৰৰ উপস্থিতিত এক প্ৰৱল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদীকাৰীসকলে মুখ্যমন্ত্ৰী সোণোৱালৰ পুত্তলিকাও দাহ কৰে।

উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰীখুটি গাঁৱৰ মৃত ছুটকো শ্বেইখৰ পুত্ৰ ৫৮ বছৰীয়া জুব্বাৰ আলীক বিদেশী সজাই চৰকাৰে বিগত তিনি বছৰ ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিছিল।

Apply Now

দুটি সন্তানৰ পিতৃ জুব্বাৰ আলীৰ যোৱা  ৪ অক্টোবৰত তেজপুৰৰ ডিটেনশ্যন কেম্পত বন্দী অৱস্থাত মৃত্যু হোৱাৰ পিছত জুব্বাৰ আলীৰ মৃতদেহ আৰক্ষীয়ে ওদালগুৰিৰ ধনশ্ৰীখুটিৰ পৰিয়ালক গতাই দিয়ে।

এছোচিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটছৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি মৃত জুব্বাৰ আলীক গতাই দিয়া উক্ত পৰিয়ালৰ সদস্য আছিল তেনেহ’লে বিদেশী বুলি তেওঁক কিয় তিনি বছৰ ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হ’ল?

তেওঁ লগতে প্ৰশ্ন উত্থাপন কৰে যে যদিহে মৃত জুব্বাৰ আলী প্ৰকৃততে বিদেশী আছিল তেনেহ’লে তেওঁক উক্ত পৰিয়ালক গতাই দিয়া হ’ল কিয়।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে  উক্ত পৰিয়ালটোৰ ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকে আদি কৰি বৈধ ভাৰতীয়ৰ সমস্ত নথি থকাৰ পিছতো ৰাজ্য চৰকাৰৰ সীমান্ত আৰক্ষী তথা গৃহ বিভাগৰ দায়িত্বহীনতা তথা মইমতালিৰ বাবে মিছা বিদেশী গোচৰত অভিযুক্ত হৈ জুব্বাৰ আলীয়ে বিদেশী হিচাপে ডিটেশ্বন কেম্পত জীৱন ত্যাগ কৰিব লগা হ’ল।

প্ৰতিবাদকাৰীসকলে বিদেশীৰ নামত ভাৰতীয় সংখ্যালঘু, দৰিদ্ৰ আৰু নিৰক্ষৰক বিদেশী সজাই অত্যাচাৰ কৰা বন্ধ কৰিবলৈ দাবী জনায়। তদুপৰি তেওঁলোকে স্বদেশীক বিদেশী সজোৱা বিষয়ত চিবিআই তদন্তৰ দাবী জনোৱাৰ লগতে জুব্বাৰ আলীৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী জনায়।

আন্দেলনৰ কাৰ্যসূচীত বৰপেটা জিলা আমছুৰ কাৰ্যকৰী সভাপতি ছফিউৰ ৰহমান¸ বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক শ্বাহাদত হুছেইন¸বৰপেটাৰোড আঞ্চলিক আমছুৰ বিষয়ববীয়াৰ লগতে এছোচিয়েশ্যন ফৰ প্ৰটেকশ্যন অৱ ইণ্ডিয়ান চিটিজেনশ্বিপ ৰাইটছৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd