• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দাৰ্জিলিঙত টয় ট্ৰেইন আৰু টেক্সীৰ সংঘৰ্ষ: ৰে’লখন ভুল দিশত অহা বুলি দাবী কৰি ল’ক’ পাইলটৰ সৈতে চালকৰ তৰ্ক

ৰে’লপথৰ নিচেই কাষতে বিপজ্জনকভাৱে ৰখাই থোৱা এখন মহিন্দ্ৰা ছুম' বাহনত টয় ট্ৰেইনখনে খুন্দা মৰাৰ পিছতে টেক্সী চালকজনে ৰেলৰ ল'ক' পাইলটৰ সৈতে তৰ্কত লিপ্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 12, 2026 3:58 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাৰ্জিলিঙৰ বিখ্যাত ‘টয় ট্ৰেইন’ আৰু এখন টেক্সীৰ মাজত সংঘটিত হোৱা এক সংঘৰ্ষই শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰিছে। শতিকাজুৰি নিৰ্দিষ্ট ৰে’ল পথৰে গৈ থকা অৱস্থাত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ টয় ট্ৰেইনখনে ৰে’লপথৰ নিচেই কাষতে বিপজ্জনকভাৱে ৰখাই থোৱা এখন মহিন্দ্ৰা ছুম’ বাহনত ঘঁহনি খাই পাৰ হৈ যায়। আটাইতকৈ আচৰিত কথাটো হ’ল, এই ঘটনাৰ পিছতে টেক্সী চালকজনে ৰে’লখন ভুল দিশত অহা বুলি দাবী কৰি ৰে’লৰ ল’ক’ পাইলটজনৰ সৈতে তৰ্কত লিপ্ত হয়। সম্প্ৰতি এই সমগ্ৰঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু  হৈ পৰিছে।

সাধাৰণ পথত চলা বাহনৰ বিপৰীতে এখন ৰে’লে নিজৰ পথ সলনি কৰিব নোৱাৰে বা আন বাহনক কাষ কাটি যাব নোৱাৰে। বিগত এশ বছৰৰো অধিক সময় ধৰি এই টয় ট্ৰেইনখনে এটা নিৰ্দিষ্ট স্থায়ী ৰে’লপথৰে চলাচল কৰি আহিছে। এনে অৱস্থাত ৰে’লখন ভুল দিশত অহা বুলি টেক্সী চালকজনে কৰা দাবীয়ে পৰিস্থিতিটোক এক অদ্ভুত ৰূপ প্ৰদান কৰে।

Apply Now

পৰৱৰ্তী সময়ত কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি নিশ্চিত কৰে যে টেক্সীখন সম্পূৰ্ণ বেআইনী আৰু অসাৱধানতাৰে ৰে’লপথৰ কাষত ৰখাই থোৱা হৈছিল। যাৰ ফলতেই ৰেলখনে পাৰ হৈ যোৱাৰ সময়ত বাহনখনত খুন্দা মাৰে।

ঘটনাটোৰ পিছতে কৰ্তৃপক্ষই আইনী ব্যৱস্থা গ্ৰহণ কৰে। প্ৰশাসনে ইতিমধ্যে মহিন্দ্ৰা ছুম’ বাহনখন জব্দ কৰাৰ লগতে কৰ্তব্যত গাফিলতি আৰু বেআইনীভাৱে বাহন ৰখোৱাৰ অভিযোগত চালকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।

 

 

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ পোষকতা কৰা ট্ৰাম্পৰ ঘনিষ্ঠ আমেৰিকান ছিনেটৰ লিণ্ডছে গ্ৰাহামৰ মৃত্যু

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ পোষকতা কৰা ট্ৰাম্পৰ ঘনিষ্ঠ আমেৰিকান ছিনেটৰ লিণ্ডছে গ্ৰাহামৰ মৃত্যু

July 12, 2026 4:02 pm
দাৰ্জিলিঙত টয় ট্ৰেইন আৰু টেক্সীৰ সংঘৰ্ষ: ৰে’লখন ভুল দিশত অহা বুলি দাবী কৰি ল’ক’ পাইলটৰ সৈতে চালকৰ তৰ্ক

দাৰ্জিলিঙত টয় ট্ৰেইন আৰু টেক্সীৰ সংঘৰ্ষ: ৰে’লখন ভুল দিশত অহা বুলি দাবী কৰি ল’ক’ পাইলটৰ সৈতে চালকৰ তৰ্ক

July 12, 2026 3:58 pm
নিৰ্বাচন আয়োগ স্বাধীন হ’লেই নহ’ব, স্বাধীন বুলি ৰাইজৰ আগত প্ৰমাণিতও হ’ব লাগিব: উচ্চতম ন্যায়ালয়

বিমানভাড়াৰ অস্বাভাৱিক উত্থান-পতন নিয়ন্ত্ৰণৰ দাবীত আবেদন: ১৩ জুলাইত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

July 12, 2026 3:39 pm
এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

এক দেশ–এক নিৰ্বাচন: পশ্চিমবংগ, অসম-সহ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা

July 12, 2026 2:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ পোষকতা কৰা ট্ৰাম্পৰ ঘনিষ্ঠ আমেৰিকান ছিনেটৰ লিণ্ডছে গ্ৰাহামৰ মৃত্যু

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপৰ পোষকতা কৰা ট্ৰাম্পৰ ঘনিষ্ঠ আমেৰিকান ছিনেটৰ লিণ্ডছে গ্ৰাহামৰ মৃত্যু

July 12, 2026 4:02 pm
দাৰ্জিলিঙত টয় ট্ৰেইন আৰু টেক্সীৰ সংঘৰ্ষ: ৰে’লখন ভুল দিশত অহা বুলি দাবী কৰি ল’ক’ পাইলটৰ সৈতে চালকৰ তৰ্ক

দাৰ্জিলিঙত টয় ট্ৰেইন আৰু টেক্সীৰ সংঘৰ্ষ: ৰে’লখন ভুল দিশত অহা বুলি দাবী কৰি ল’ক’ পাইলটৰ সৈতে চালকৰ তৰ্ক

July 12, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd