• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

প্ৰখ্যাত সক্ৰিয়কৰ্মী সোণম ৱাংচুকৰ আমৰণ অনশন কাৰ্যসূচী আজি ঊনবিংশ দিনত ভৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2026 6:38 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰখ্যাত সক্ৰিয়কৰ্মী সোণম ৱাংচুকৰ আমৰণ অনশন কাৰ্যসূচী আজি ঊনবিংশ দিনত ভৰি দিছে। ককৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰা হৈছে যে বৃহস্পতিবাৰে পুৱাৰে পৰা তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট দুৰ্বল হৈ পৰিছে। অনশন আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে তেওঁৰ শৰীৰৰ ওজন ৯ কেজিতকৈও অধিক হ্ৰাস পাইছে বুলি দলটোৱে জানিবলৈ দিছে।

আজি পুৱা কৰা চিকিৎসা পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি সোণম ৱাংচুকৰ ওজন হ্ৰাস পাই এতিয়া ৫৬.৯০ কেজি হৈছেগৈ। চিকিৎসকৰ তথ্য অনুসৰি তেওঁৰ ৰক্তচাপ ১০১/৬৫ এমএমএইচজি, নাড়ীৰ স্পন্দন প্ৰতি মিনিটত ৭২ বাৰ, অক্সিজেনৰ মাত্ৰা ৯৮ শতাংশ আৰু তেজত শৰ্কৰাৰ পৰিমাণ ৮৯ এমজি/ডিএল পোৱা গৈছে। শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিলেও তেওঁ মানসিকভাৱে সম্পূৰ্ণ সজাগ আৰু সক্ৰিয় হৈ আছে। তেওঁক বৰ্তমান নিৰন্তৰ চিকিৎসা পৰ্যবেক্ষণত ৰখা হৈছে। ইফালে দিল্লী উচ্চ ন্যায়ালয়েও অনশনৰ সময়ছোৱাত ৱাংচুকৰ দৈনিক স্বাস্থ্য পৰীক্ষা আৰু নিৰীক্ষণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে।

Apply Now

ককৰোচ জনতা পাৰ্টিয়ে ভাৰত চৰকাৰক অতি সোনকালে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত বহিবলৈ পুনৰ আহ্বান জনাইছে। পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে। ইয়াৰ উপৰিও দলটোৱে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা সংস্কাৰৰ সমৰ্থনত অহা ২০ জুলাইত আয়োজন কৰা শান্তিপূৰ্ণ সংসদ যাত্ৰা কাৰ্যসূচীত দেশৰ সাধাৰণ ৰাইজক অংশগ্ৰহণ কৰিবলৈও দলটোৱে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

মোদীৰ ৰোষত মাৰ্ক জুকাৰবাৰ্গ: ক্ষমা নুখুজিলে বাতিল হ’ব পাৰে ফেচবুকৰ ‘ছেফ হাৰ্বাৰ’ সুৰক্ষা

August 5, 2026 11:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

August 5, 2026 3:39 pm
ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd