• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ কৰা মহিলাও পেগাছাছৰ ফোন টেপিঙৰ তালিকাত!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2021 5:53 pm
ranjannn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ ঘটনাই ভাৰতকে ধৰি বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে তুমুল জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ কৰা মহিলাও পেগাছাছৰ ফোন টেপিঙৰ তালিকাত থকাৰ কথা পোহৰলৈ আহিছে । শেহতীয়া তথ্য অনুসৰি উক্ত মহিলাগৰাকীৰ লগতে উচ্চতম ন্যায়ালয়ৰ মুঠ তিনিগৰাকী মহিলাৰ ফোন টেপিং কৰা হৈছিল।

ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীৰ ফোন নম্বৰৰ লগতে তেওঁৰ স্বামী আৰু ভাতৃৰ ফোন নম্বৰো টেপিঙৰ বাবে তালিকাভুক্ত কৰা হৈছিল ।

Apply Now

ফৰাচী সংবাদ মাধ্যমে টেপিঙৰ চিকাৰ হোৱা ফোন নম্বৰৰ তালিকা ফাদিল কৰাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে ।

এই তথ্য পোহৰলৈ অহাৰ পিছতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নাম পুনৰ বিতৰ্কত সাঙোৰ খাই পৰাৰ লগতে বিষয়টোৱে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখযোগ্য যে ২০১৯ চনৰ ১৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে ৰঞ্জন গগৈৰ অধীনত জুনিয়’ৰ ক’ৰ্ট এছিষ্টেণ্ট হিচাপে ২০১৮ চনৰ অক্টোবৰ মাহলৈকে কাম কৰিছিল। অৱশ্যে পিছত মহিলাগৰাকীক “পেচাৰ সৈতে খাপ নোখোৱা আচৰণ” আৰু অন্যান্য কিছুমান “অসদাচাৰ”ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

বৰ্থাস্ত হোৱা মহিলা কৰ্মচাৰী গৰাকীয়ে গগৈৰ বিৰুদ্ধে অনা যৌন নিৰ্যাতনৰ অভিযোগৰ পাছতে উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে তিনিজন ন্যায়াধীশক লৈ এখন তদন্ত কমিটি গঠন কৰিছিল।

ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বত গঠন কৰি দিয়া উক্ত তিনিজনীয়া আভ্যন্তৰীণ কমিটিয়ে ২০১৯ চনৰ ৬ মে’ত ৰঞ্জন গগৈৰ বিৰুদ্ধে থকা অভিযোগ খাৰিজ কৰিছিল।

আভ্যন্তৰীণ তদন্ত কমিটিখনে তেতিয়াৰ মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে কোনো উপযুক্ত প্ৰমাণ লাভ নকৰাৰ বাবে বিষয়টো সম্পৰ্কত তেওঁক ক্লীনশ্বিট দিছিল।

কালিয়েই এই কথা পোহৰলৈ আহিছিল যে ভাৰতৰ বচা বচা ৪০ গৰাকী সাংবাদিকৰ ফোন স্পাইৱেৰ পেগাছাছৰ জৰিয়তে টেপ কৰা হৈছিল।

দেশৰ ৪০ গৰাকী বচা বচা সাংবাদিকৰ ফোন টেপিং হোৱা বুলি সন্দেহ কৰা হৈছে। সেই সাংবাদিকসকলৰ ভিতৰত হিন্দুস্তান টাইমছ,ইণ্ডিয়া টুডে,নেটৱৰ্ক ১৮,দ্য হিন্দু,ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে সংবাদ গোষ্ঠীৰ সাংবাদিক আছে বুলি ধাৰণা কৰা হৈছে।

পেগাছাছে প্ৰযুক্তিৰ সহায়ত এই সাংবাদিকসকলৰ বহু গোপন তথ্য জানিবলৈ সক্ষম হোৱা বুলিও খবৰ ওলাইছে।সাংবাদিকসকলৰ ফোন হেক কৰাৰ তথ্যও ডিজিটেল ফৰেনচিক পৰীক্ষাত ধৰা পৰা বুলি কথা ওলাইছে।

The Wire ৰ দুগৰাকী প্ৰতিষ্ঠাপক সম্পাদকো পেগাছাছৰ ফোন টেপিঙৰ তালিকাতথকা বুলি প্ৰকাশ পাইছে। তেওঁলোকৰ ভিতৰৰে এগৰাকী হ’ল ৰোহিনী সিং।

ফোন টেপ হোৱা সাংবাদিকসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক সাংবাদিক সৈকত দত্ত,ইক’নমিক্স এণ্ড পলিটিকেল উইকলিৰ সম্পাদক প্ৰাঞ্জয় গুহ ঠাকুৰতা,টিভি ১৮ৰ প্ৰাক্তন এংকৰ স্মিতা শৰ্মা, আউটলুকৰ প্ৰাক্তন সাংবাদিক এছএনএম আব্দি,ডিএনএৰ প্ৰাক্তন সাংবাদিক ইফটিকাৰ গিলানী থকা বুলিও তথ্য প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd