• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ দুৰ্গম ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ ব্যৱস্থাৱলীক লৈ ৰাজনৈতিক দলৰে উপায়ুক্তৰ বৈঠক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 24, 2019 8:38 am
429
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্বৰ বাবে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী জিলাৰ দুৰণীবটীয়া তথা দুৰ্গম ভোটকেন্দ্ৰসমূহলৈ আগতীয়াকৈ ভোটগ্ৰহণকাৰী বিষয়া-কৰ্মচাৰীৰ দল প্ৰেৰণৰ বিধিগত ব্যৱস্থাৱলী সন্দৰ্ভত কালি অৰ্থাৎ মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে এখন বৈঠকত মিলিত হয় জিলা নিৰ্বাচন বিভাগ।

মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰৰ লগতে আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, নিৰ্বাচন বিষয়া মগেন নৰহ আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাই বৈঠকত জিলা প্ৰশাসন তথা নিৰ্বিচন বিভাগৰ হৈ অংশগ্ৰহণ কৰে।

বিজেপি, কংগ্ৰেছ, অগপ, সন্মিলিত গণশক্তি আৰু চিপিআইএমৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজিত এই বৈঠকত উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মিশ্ৰ আৰু ৰাজহ চক্ৰ বিষয়া শৰ্মাই মাজুলীৰ মূল ভূখণ্ডৰ পৰা ব্ৰহ্মপুত্ৰই নিলগাই ৰখা আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকা দুটাই সামৰা ১৫টা ভোটকেন্দ্ৰলৈ আগতীয়াকৈ সুকলমে ভোটগ্ৰহণকাৰী দল প্ৰেৰণৰ বাবে নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি লোৱা ব্যৱস্থাৱলীৰ বিষয়ে ৰাজনৈতিক দলসমূহক অৱগত কৰে।

এইক্ষেত্ৰত জিলা নিৰ্বাচন বিভাগে লোৱা সিদ্ধান্ত আৰু কাৰ্যব্যৱস্থালৈ দলীয় প্ৰতিনিধি সকলে সমৰ্থন জনোৱাৰ লগতে মাজুলীৰ ঐতিহ্য আৰু গৰিমা ৰক্ষা কৰি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ এই নিৰ্বাচন সম্পন্ন কৰাত জিলা প্ৰশাসন তথা জিলা নিৰ্বাচন বিভাগক সকলো ধৰণৰ সহযোগিতা আগঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd