• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

DCGIৰ অনুমতি প্ৰদান : অতি শীঘ্ৰেই ভাৰতত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল হ’ব কোভিড ভেকচিনৰ

প্ৰথম পৰ্যায়ৰ ৫০ শতাংশ ভেকচিন ভাৰতৰ বাবে সংৰক্ষিত কৰিব চেৰাম-এ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 3, 2020 6:15 pm

2 min read

COVID19-positive-1140x570

অক্সফোৰ্ডৰ কোভিড-১৯ ভেকচিন, উৎস-ইণ্টাৰনেট

318
VIEWS
Share on FacebookShare on Twitter

অক্সফোৰ্ডে প্ৰস্তুত কৰা ক’ৰ’না ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ক্লীনিকেল ট্ৰায়েল ভাৰতত কৰাৰ বাবে ড্ৰাগছ কন্ট্ৰ’লৰ জেনেৰেল অৱ ইণ্ডিয়া(Drugs Controller General of India)ই দেওবাৰে নিশা অনুমতি প্ৰদান কৰিছে।

অক্সফোৰ্ডৰ সৈতে চুক্তিৱদ্ধ বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী তথা ক’ৰ’না ভেকচিনবিধৰ প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, চুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰজনেকাৰৰ সৈতে ভাৰতৰ চেৰাম-এ প্ৰস্তুত কৰা অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ কোভিডশ্বীল্ড নামৰ এই ভেকচিনটো ইতিমধ্যে প্ৰথম পৰ্যায় মানৱ দেহত পৰীক্ষণ সফলভাৱে সম্পন্ন হৈ গৈছে।

প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন জনাইছিল চেৰাম-এ।

কিন্তু চেৰমাৰ প্ৰথম প্ৰস্তাৱটো DCGIএ অগ্ৰাহ্য কৰাত চেৰামে দ্বিতীয়টো সংশোধিত প্ৰস্তাৱ আগবঢ়ায়।

DCGIএ চেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ভাৰতত ভেকচিনটো মানৱ শৰীৰত পৰীক্ষণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

চেৰামৰ সংশোধিত দ্বিতীয়টো প্ৰস্তাৱ অনুসৰি দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(AIIMS)সহ দেশৰ ১৭টা স্থানত ১৮ উৰ্দ্ধৰ ১৬০০ গৰাকী লোকৰ শৰীৰত এই ভেকচিনটো পৰীক্ষা কৰা হ’ব।

DCGIএ চেৰামক দেশৰ বিভিন্ন প্ৰান্তৰ অন্য ১৬টা স্থান নিৰ্ধাৰণৰ বাবে নিৰ্দেশ দিছে।

উল্লেখ্য যে, ইতিমধ্যে চেৰাম-এ ভেকচিনটো প্ৰস্তুত কৰিবলৈ সাজু হৈ উঠিছে। প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়া আদৰ পানোৱালাই ইতিমধ্যে ঘোষণা কৰিছে যে চেৰাম-এ নৱেম্বৰ ভিতৰত ৩০ ৰপৰা ৪০ লাখ ভেকচিন প্ৰস্তুত কৰিব।

ইয়াৰে ৫০ শতাংশ ভেকচিন ভাৰতৰ বাবে সংৰক্ষণ কৰি বাকী ৫০ শতাংশ ভেকচিন বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰাৰ কথা চেৰামৰ।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd