DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টিৰাপ নৈত অবৈধভাৱে জে চি বিৰে খন্দা গাঁতত সোমাই এজনৰ মৃত্যু; ক্ষুব্ধ অঞ্চলবাসী

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
May 20, 2020 8:44 pm
Representing image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

776
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনৰ টিৰাপ নৈত জে, চি, বিয়ে খনন কৰা গাঁতত সোমাই এজন লোক যোৱা ১৮ মেৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰি আহিছিল৷

উক্ত দিনা সন্ধিয়া খোজেৰে নৈ পাৰ হওঁতে পানীৰ কোবাল সোঁতে উটুৱাই লৈ যায় লোকজনক।

লোকজনৰ নাম তুফান খাৰিয়া, বয়স ৪৩ বছৰ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি লোকজন পানীৰ কোবাল সোঁতত উটি যোৱাৰ সময়তে নৈ খনৰ পাৰত কাম কৰি থকা এগৰাকী মহিলাই দেখা পাই তেওঁক সহায়ৰ হাত আগবঢ়াইছিল যদিও লোকজন নিমিষতে পানীৰ মাজত হেৰাই গৈছিল৷

ইয়াৰ পাছৰে পৰা লোকজনৰ সন্ধানত এচ, ডি, আৰ, এফৰ জোৱানে নৈত অভিযান অব্যাহত ৰাখিছিল যদিও ব্যক্তিজনক উদ্ধাৰ কৰিব পৰা নাছিল৷

আজি সন্ধ্যা টিৰাপ নৈৰ লামা ঘাটত এজন স্থানীয় লোকে গা ধুবলৈ যাওঁ‌তে নৈত এটা মৃতদেহ উপঙি থকা অৱস্থাত দেখা পাই জাগুন আৰক্ষীক খবৰ দিয়াত নৈৰ পৰা আৰাক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে।

পিছত উক্ত মৃতদেহটো ফানেঙৰ তুফান খাৰিয়া বুলি চিনাক্ত কৰা হয়। ইতিমধ্যে তুফানৰ মৃতদেহ জাগুন আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি অবৈধভাৱে জে চি বিৰে শিল খনন কৰি অহা হৈছে। টিৰাপ নৈত জে চি বিয়ে খন্দা গাঁতত সোমাইয়ে তুফানৰ মৃত্যু হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰাৰ লগতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd