DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চতিয়াত মহিলাৰ মৃতদেহ উদ্ধাৰ; ডিঙি ৰেপি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈছিল হত্যাকাৰীয়ে

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
April 14, 2022 4:53 pm
চতিয়াত মহিলাৰ মৃতদেহ উদ্ধাৰ; ডিঙি ৰেপি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈছিল হত্যাকাৰীয়ে
129
VIEWS
Share on FacebookShare on Twitter

গৰু বিহুৰ দিনাই চতিয়াত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ। চতিয়াৰ  নাগশংকৰ মন্দিৰৰ মূল প্ৰবেশ পথৰ কাষতে উদ্ধাৰ কৰা হৈছে মহিলা গৰাকীৰ মৃতদেহ ৷

প্ৰথমতে নাগশংকৰ দেৱালয়লৈ অহা দৰ্শনাৰ্থীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজক অৱগত কৰে। পৰৱৰ্তী সময়ত মৃতদেহটো চতিয়াৰ জয়পুৰৰ পপী বৰাৰ মৃতদেহ বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে ৷

ইতিমধ্যে ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ বোৱাৰীগৰাকীৰ মৃতদেহৰ কাষতে এটা গোলপীয়া ৰঙৰ বেগ আৰু পলিথিনৰ এটা বেগত কাপোৰ পোৱা গৈছে ৷

লগতে পঢ়ক: বিৰল মহাজাগতিক দৃশ্য! এপ্ৰিলতেই আকাশত নিকট অৱস্থান কৰিব মঙল, শুক্ৰ, বৃহস্পতি আৰু শনিয়ে

এই হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই যদিও ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ তাৰমাজতে ঘটনাস্থলীত বিশ্বনাথৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক নবীন সিং আহি উপস্থিত হয় ৷

Recent News

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd