• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত প্ৰাক্তন বিধায়ক, প্ৰয়াত শ্ৰমিক নেতা ভূপেন্দ্ৰ নাথ ভূঞাৰ সোঁৱৰণত স্মৃতিচাৰণ সভা

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , November 4, 2018 5:27 pm

2 min read

Bokakhat
829
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্ৰনিক্স মেডিয়া জাৰ্নেলিষ্ট এছ’চিয়েচন ( ইমজা)ৰ উদ্যোগত বোকাখাত নাট্য মন্দিৰত আজি বোকাখাতৰ প্ৰাক্তন বিধায়ক শ্ৰমিক নেতা তথা সাংবাদিক ভূপেন্দ্ৰ নাথ ভূঞাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি এক বিশেষ স্মৃতিচাৰণ আৰু স্মৃতিগ্ৰন্থৰ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।

বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ ভৱেশ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত নেতা গৰাকীৰ সহধৰ্মিনী দিব্য ভূঞা আৰু বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ বিভা বৰাই।

বোকাখাতৰ বিশিষ্ঠ লোকসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰয়াত ভূপেন্দ্ৰ নাথ ভূঞাৰ জীৱনৰ বিভিন্ন দিশ সামৰি আৰু বিভিন্ন লোকৰ লেখনিৰে সমৃদ্ধ ‘কৰ্মযোগী’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ উন্মোচন কৰে গোলাঘাটৰ বিশিষ্ট সাংবাদিক তথা সাপ্তাহিক ধনশিৰিৰ সম্পাদক অপূৰ্ব কুমাৰ বৰুৱাই ৷

অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট নিৱন্ধকাৰ প্ৰফুল্ল প্ৰাণ মহন্তই প্ৰয়াত নেতা গৰাকীৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰি বক্তব্য আগবঢ়ায়। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বোকাখাতৰ প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলী, গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক উপেন দত্ত, প্ৰাক্তন বিধায়ক অৰুণ ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষক তোষেশ্বৰ বৰা,  বোকাখাট নাট্য মন্দিৰ সমিতিৰ সভাপতি গোলাপ কলিতা আৰু সমাজকৰ্মী ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়া অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

Recent News

a ca

আঁতৰা নাই ক’ৰ’ণাতংক: জুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তৰ-পূব সীমান্ত ৰে’লৱেত ৪৪ সংখ্যক ব্যৱস্থাপনা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচী

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd