DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্ঘটনাত পতিত কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়াই

সৰবৰহী যুৱক জনৰ মৃত্যুত অঞ্চলটোত দুখৰ ছাঁ

 ৰিদিপ শৰ্মা, কলিয়াবৰ by ৰিদিপ শৰ্মা, কলিয়াবৰ
March 22, 2022 7:38 pm
Youth died in Kaliyabar
114
VIEWS
Share on FacebookShare on Twitter

এজন উদীয়মান শিল্পীৰ মৃত্যুত কলিয়াবৰত গভীৰ শোকৰ ছাঁ। যুৱ শিল্পী গৰাকীৰ মৃতদেহ লৈ গাঁৱে গাঁৱে শোকাকুল শোভাযাত্ৰা ৰাইজৰ।

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়া নামৰ সংস্কৃতিবান যুৱকজনে।

যোৱা ৯ মাৰ্চত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছিল কলিয়াবৰৰ বৰভগীয়াৰ বিভূতি শইকীয়া নামৰ সংস্কৃতিবান যুৱকজন।

বিগত ১২ দিনে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি শেষ নিস্বাস ত্যাগ কৰে সংস্কৃতিবান যুৱকজনে।

আজি বিয়লি গুৱাহাটীৰ পৰা যুৱ শিল্পী জনৰ মৃতদেহ কলিয়াবৰ আহি পোৱাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। গায়ন-বায়নৰে শোভাযাত্ৰা কৰি যুৱকজনলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠনে।

যুৱকজনৰ মৃত্যুত শোকত ভাগি পৰে পৰিয়ালৰ লগতে গুণমুগ্ধ ৰাইজ। উল্লেখ্য যে, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিভাৱান সাধক বিভূতি শইকীয়া গায়ন-বায়ন, গীত-মাত সকলো দিশতে আছিল পাৰদৰ্শী।

প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী গৰাকীৰ অকাল বিয়োগত সমগ্ৰ কলিয়াবৰতে পৰিছে শোকৰ ছাঁ।

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd