• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চাহাৰৰ হেট্ৰিকসহ ৬ উইকেটৰ বিধ্বংসী বলিঙেৰে বাংলাদেশক তচনচ টিম ইণ্ডিয়াৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2019 9:13 am

1 min read

Deepak Chahar
5.4k
VIEWS
Share on FacebookShare on Twitter

পেচ বলাৰ দীপক চাহাৰৰ দুৰ্দান্ত বলিঙৰ সহায়ত ভাৰতে বাংলাদেশক তৃতীয় তথা অন্তিমখন টী-২০ মেচত ৩০ ৰানত পৰাস্ত কৰি ৩ খনীয়া টী-২০ শৃংখলাটো ২-১ত দখল কৰে।

শৃংখলাৰ নিৰ্ণায়ক মেচখনত ভাৰতৰ হৈ দীপক চাহাৰে মাত্ৰ ৭ ৰানৰ বিনিময়ত হেট্ৰিকসহ ৬টা উইকেট দখল কৰে। ইয়াৰ লগে লগে টি-২০ ইণ্টাৰনেশ্যনলত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা বলাৰত পৰিগণিত হ’ল দীপক।

ইয়াৰ উপৰি ইণ্টাৰনেশ্যনল টি-২০ত হেট্ৰিক অৰ্জন কৰা চাহাৰেই হ’ল প্ৰথমগৰাকী ভাৰতীয় বলাৰ। তদুপৰি তেওঁ এখন মেচত পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰা চতুৰ্থগৰাকী ভাৰতীয় বলাৰ হিচাপেও স্বীকৃতি লাভ কৰিলে।

‘মেন অৱ দ্যা মেচ’ আৰু ‘মেন অৱ দ্যা ছিৰিজ’ লাভ কৰা চাহাৰে ৩.২ অ’ভাৰত ৭ ৰান খৰচ কৰি হেট্ৰিক সহ ৬টা উইকেট অৰ্জনেৰে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।

দেওবাৰে নাগপুৰত অনুষ্ঠিত মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত ১৭৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল বাংলাদেশক। ভাৰতৰ হৈ শ্ৰেয়াচ আয়াৰে ৬২ (প্ৰথম অৰ্ধ শতক) আৰু ৰাহুলে ৫২ ৰানৰ ইনিংছ খেলে।

বাংলাদেশৰ হৈ একমাত্ৰ নইমে দৃঢ়তাপূৰ্ণ বেটিং কৰি ৮১ ৰানৰ এক সুন্দৰ ইনিংছ খেলে। তেওঁৰ বাহিৰে কোনো এজন বেটছমেনে ভাৰতীয় বলাৰৰ সন্মুখত ধৈৰ্য্য সহকাৰে তিষ্ঠি থাকিব নোৱাৰিলে আৰু ১৯.২ অভাৰত ১৪৪ ৰানত অল আউট হয়।

দীপক চাহাৰৰ উপৰি ভাৰতৰ হৈ শিৱম ডুবেই তিনিটা আৰু চাহালে এটা উইকেট লাভ কৰে।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd