• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাভাৰতৰ দ্ৰৌপদীৰ চৰিত্ৰত অৱতীৰ্ণ হ’ব দীপিকা পাডুকন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2019 12:08 pm
804954-deepika

পদ্মাৱত ছবিত অভিনেত্ৰী দীপিকা পাডুকন। ফটো উৎস: ইন্টাৰনেট

16.6k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনক এইবাৰ দেখা যাব সম্পূৰ্ণ এক সুকীয়া ৰূপত। বলীউদত নিৰ্মাণ হ’বলগীয়া ‘মহাভাৰত’ত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব দীপিকাই।

দীপিকা পাডুকনে অভিনয় কৰা শেহতীয়া ছবি পদ্মাৱতে বক্স অ’ফিচত বিৰাট সাফল্য লাভ কৰিছিল।

পদ্মাৱত ছবিখনৰ পাছতে দীপিকাই ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে কিছুদিনৰ বিৰতি লোৱাৰ পাছত পুনৰ ৰূপালী পৰ্দাত ভূমুকি মৰাৰ প্ৰস্তুতি চলাইছে।

ইয়াৰ মাজতে দীপিকাৰ মুক্তি পাবলগীয়া ছবি ‘ছপাক’ৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছে।

মধু মন্টেনাই নিৰ্মাণ কৰিবলগীয়া ‘মহাভাৰত’ৰ সৈতে বিশেষ ভূমিকাত জড়িত হোৱাৰ বাবে দীপিকা সাজু হৈছে। টুইটাৰত এই খৱৰটো শ্বেয়াৰ কৰিছে ট্ৰেণ্ড এনালাইষ্ট তৰুণ আদৰ্শে।

BIGGG NEWS… Deepika Padukone to enact the part of #Draupadi in #Mahabharat… Deepika has teamed up with Madhu Mantena to produce the film… Will be made in multiple parts, with the first one slated for release in #Diwali2021.

— taran adarsh (@taran_adarsh) October 25, 2019

ছবিখন কেইবাটাও খণ্ডত নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ প্ৰথম খণ্ড ২০২১’ৰ দিৱালীৰ সময়ত মুক্তি দিয়া হ’ব।

মহাভাৰত ছবিখনৰ বিষয়ে আনুষ্ঠানিক ঘোষণাৰ পাছতে চলচ্চিত্ৰ অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উৎফুল্লিত হৈ পৰা দেখা গৈছে।

আনহাতে, মধু মন্টেনাই কয়,’’আমি সকলোৱে মহাভাৰত বহুবাৰ দেখিছো, শুনিছো আৰু পঢ়িছো। কিন্তু দীপিকাৰ লগত মহাভাৰতৰ কথাটো হৈছে যে ছবিখন সম্পূৰ্ণভাৱে দ্ৰৌপদীৰ দৃষ্টিৰে নিৰ্মাণ কৰা হ’ব। দীপিকা আজি শ্ৰেষ্ঠ অভিনেত্ৰীয়ে নহয়, তেওঁ এই কাহিনীটোক অন্তিম পৰ্যায়লৈকে লৈ যাব পাৰে। তেওঁ যদি আমাৰ লগত নাথাকিলেহেতেন আমি ছবিখন নিৰ্মাণ কৰিব নোৱাৰিলোহেতেন।‘’

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd