• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ: আদালতত সাৱৰকাৰৰ নাতিয়ে স্বীকাৰ কৰিলে পাঁচখন দয়াৰ আবেদনৰ কথা

by
May 21, 2026 10:28 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বীৰ সাৱৰকাৰক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ পিছতে তেওঁৰ বিৰুদ্ধে এখন মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে পুনেৰ সাংসদ-বিধায়ক আদালতত এই গোচৰৰ শুনানি চলি থকাৰ সময়তে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সাৱৰকাৰৰ নাতি সাত্যকি সাৱৰকাৰে নিজেই আদালতত ৰাহুল গান্ধীৰ সৰহভাগ অভিযোগ স্বীকাৰ কৰি লৈছে। যিবোৰ অভিযোগৰ ভিত্তিত তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰিছিল, এতিয়া সেইবোৰৰ সত্যতা তেওঁ নিজেই মানি লোৱা দেখা গৈছে।

আদালতত জেৰাৰ সময়ত সাত্যকি সাৱৰকাৰে মানি লয় যে বীৰ সাৱৰকাৰে সঁচাকৈয়ে ব্ৰিটিছ চৰকাৰৰ ওচৰত পাঁচবাৰকৈ ক্ষমা বিচাৰি আবেদন দাখিল কৰিছিল। তেওঁ উল্লেখ কৰে যে চেলুলাৰ জেলত বন্দী হৈ থকাৰ সময়ত সাৱৰকাৰে এই দয়াৰ আবেদনবোৰ দিছিল। অৱশ্যে তেওঁ লগতে কয় যে কেৱল তেৱেঁই নহয়, সেই সময়ত আন বহুতো ৰাজনৈতিক বন্দীয়েও একেধৰণৰ আবেদন কৰিছিল। ইয়াৰ উপৰিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাৱৰকাৰে ব্ৰিটিছ সেনাবাহিনীত যোগদান কৰিবলৈ আবেদন জনোৱা কথাও সাত্যকীয়ে স্বীকাৰ কৰে। অৱশ্যে তেওঁ যুক্তি দৰ্শাইছিল যে ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতীয় যুৱকসকলক সামৰিক প্ৰশিক্ষণ আৰু আগ্নেয়াস্ত্ৰৰ জ্ঞান প্ৰদান কৰা, যাতে স্বাধীনতাৰ পিছত ভাৰতে নিজৰ এটা শক্তিশালী ৰাষ্ট্ৰীয় সশস্ত্ৰ বাহিনী গঠন কৰিব পাৰে।

Apply Now

ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ আন এক গুৰুতৰ অভিযোগ আছিল যে সাৱৰকাৰেই দুই জাতি তত্ত্বৰ জন্মদাতা। এই সন্দৰ্ভত সাত্যকীয়ে কয় যে সাৱৰকাৰে এই তত্ত্বৰ সমৰ্থক নাছিল, বৰঞ্চ তেওঁ কেৱল কিছুমান বাস্তৱসন্মত পৰ্যবেক্ষণহে কৰিছিল। তেওঁ দাবী কৰে যে এই মূল ধাৰণাটো প্ৰথমে ছাৰ চৈয়দ আহমেদ খানেহে আগবঢ়াইছিল। আনহাতে, গৰুক লৈ থকা সাৱৰকাৰৰ দৃষ্টিভংগীৰ বিষয়েও সাত্যকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁৰ মতে, সাৱৰকাৰে গৰুক কেতিয়াও ভগৱান বা দেৱতা হিচাপে উপাসনা কৰা নাছিল, বৰঞ্চ গৰুক কেৱল এবিধ উপকাৰী প্ৰাণী হিচাপেহে গণ্য কৰিছিল।

উল্লেখ্য যে, ২০২৩ চনৰ ৫ মাৰ্চত লণ্ডন ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে সাৱৰকাৰক লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰি সাত্যকি সাৱৰকাৰে নিজেই এই মানহানিৰ গোচৰ দাখিল কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ইচ্ছাকৃতভাৱে সাৱৰকাৰৰ বিৰুদ্ধে বছৰ বছৰ ধৰি ভুৱা তথ্য প্ৰচাৰ কৰি আহিছে। কিন্তু এতিয়া ৰাহুল গান্ধীৰ অধিবক্তাৰ প্ৰশ্নোত্তৰত সাত্যকীয়ে নিজেই গৰু সম্পৰ্কীয় বিষয়টোৰ বাহিৰে বাকী প্ৰায় সকলোবোৰ অভিযোগ সঁচা বুলি মানি লোৱা কাৰ্যই সমগ্ৰ বিষয়টোক এক আমোদজনক মোৰ দিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd