• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চুলাই ট্ৰেজেডি : ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ শালমৰা বাগিচা ভ্ৰমণ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
March 7, 2019 7:24 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত বিষাক্ত চুলাই ট্ৰেজেডিত অভিভাৱকহীন হোৱা শিশুসকলৰ অৱস্থা সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটি প্ৰতিনিধি দলে বাগিচাখন ভ্ৰমণ কৰে।

আয়োগৰ অধক্ষ্য সুনিতা চাংকাকতি, সদস্য পিলু হাজৰিকা, ৰূপা হাজৰিকা আৰু কাৰিকৰী পৰামৰ্শদাতা ৰাজীৱ কুমাৰ ঝাসহ অহা চাৰিজনীয়া প্ৰতিনিধি দলটোক  জিলা শিশু সুৰক্ষা সমিতিৰ অধক্ষ্য ড০ লুকুমণি গোস্বামী, জিলা শিশু সুৰক্ষা বিষয়া বিকাশৰঞ্জন কোৱাৰ আৰু বাগিচা কৰ্তৃপক্ষই সহযোগ কৰে।

Apply Now

দলটোৱে পুৱাৰ ভাগত বাগিচাখন ভ্ৰমণ কৰি অনাথ শিশু আৰু তেওঁলোকৰ আত্মীয়সকলক লগ ধৰি শিশুসকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ল’বলগীয়া বিভিন্ন পদক্ষেপৰ সম্পৰ্কে তেওঁলোকৰ দায়িত্ব পালন কৰি থকা আত্মীয় সকলক অৱগত কৰাৰ লগতে আইনগত বিভিন্ন সুবিধা, এনে শিশুৰ ক্ষেত্ৰত আয়োগ আৰু শিশু সুৰক্ষা সমিতিৰ দৰে অনুষ্ঠানসমূহৰ কৰণীয় কাম-কাজ সম্পৰ্কে উল্লেখ কৰে।

এই উদেশ্য শালমৰা বাগিচা আৰু গোলামপট্টি অঞ্চলত দুখন সভাও অনুষ্ঠিত হয়।

ইয়াৰ পিছত দলটোৱে বিয়লি জিলা উপায়ুক্ত ধীৰেন হাজৰিকাক সাক্ষাৎ কৰি শিশুসকলে লাভ কৰিবলগীয়া ক্ষতিপূৰণৰ ধনৰাশি কোনো ভুল গৰাকীৰ হাতত অৰ্পণ কৰাতকৈ শিশুসকলৰ নামত একাউণ্ট খুলি জমা ৰখাৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তক আহ্বান জনায়।

উল্লেখযোগ্য যে সুৰা ট্ৰেজেডিত শালমৰা আৰু ইয়াৰ কাষতে থকা গোলামপট্টি এলেকাত অনাথ হোৱা মুঠ ৩৪তা শিশু চিনাক্ত কৰা হৈছে। ইয়াৰে দুটা শিশুক জিলা শিশু সুৰক্ষা সমিতিয়ে বোকাখাটত থকা শিশুগৃহলৈ প্ৰেৰণ কৰিছে যদিও অধিকাংশ শিশুৰ আত্মীয়-স্বজনে নানান আজুহাত দেখুৱাই শিশুগৃহলৈ প্ৰেৰণত অনিচ্ছা প্ৰকাশ কৰি আহিছে।

বিশেষকৈ শিশুসকলে লাভ কৰিবলগীয়া ক্ষতিপূৰণৰ বাবেই বহুত লোকে তেওঁলোকক নিজৰ লগতে ৰাখিব খোজাত শিশুসকলক প্ৰয়োজনীয় সুৰক্ষা প্ৰদানৰ দিশত জিলা শিশু সুৰক্ষা সমিতি থমকি ৰ’ব লগা হৈছে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd