• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ সময়ত মহিলাসকলক ২৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি বিজেপিৰ; এবছৰৰ পাছতো নাই উমঘাম

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:51 am
ফটোঃ এ আই।

ফটোঃ এ আই।

39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি বিশ্বাস নকৰিব। বিজেপিৰ প্ৰতিশ্ৰুতি জুমলাৰ বাহিৰে আন একো নহয়। দুখীয়া মানুহৰ সৈতে বিশ্বাসঘাতকতা!’ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আম আদমী পাৰ্টিয়ে এনে অভিযোগ উত্থাপন কৰিছে।

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ নেত্ৰী আতিশীয়ে কয় যে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ এবছৰ তিনিমাহ পাৰ হৈ গ’ল। কিন্তু দিল্লীৰ মহিলাক ২৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ কৰিব পৰা নাই। অথচ সেই প্ৰতিশ্ৰুতি স্বয়ং নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল।

Apply Now

২০২৪ চনৰ ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে দিল্লী বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সভা-সমাৱেশত অহৰহ কৈ আহিছিল যে ‘আমি ক্ষমতালৈ আহিলে দিল্লীৰ সকলো মহিলাই মাহিলি ২৫০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব।’ কিন্তু বাস্তৱত যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত দিল্লীত ক্ষমতালৈ অহাৰ পিছত বিজেপিয়ে নিজৰ স্বৰূপ সলনি কৰিলে।কোৱা হৈছে যে সকলো মহিলাই নাপাব। কেৱল দুখীয়া মহিলাকহে দিয়া হ’ব। তাৰো আকৌ বিভিন্ন চৰ্ত আছে।

আম আদমী পাৰ্টিৰ অভিযোগ যে সেই ঘোষণাৰ পাছতো এবছৰ পাৰ হৈ গ’ল। এতিয়ালৈকে দিল্লীৰ মহিলাসকলে এটকাও পোৱা নাই। তাতো বিজেপি আৰু মোডীৰ জুমলা শেষ হোৱা নাই বুলি কটাক্ষ কৰে আতিশীয়ে। তেওঁ কয়, ‘এইবাৰ বিজেপিয়ে কৈছিল যে অহা ৮ মাৰ্চ অৰ্থাৎ নাৰী দিৱসত মহিলা সমৃদ্ধি যোজনা আৰম্ভ কৰা হ’ব। ৮ মাৰ্চ পাৰ হৈ গ’ল। কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই।

আতিশীৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীৰ বিজেপি চৰকাৰে মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হোৱা বুলি কৈছে। শীঘ্ৰে এই অধিসূচনা জাৰি কৰা হ’ব। আগন্তুক মাহৰ পৰা দিল্লীৰ মহিলাসকলে সেই ধন লাভ কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পিছতে আপৰ প্রশ্ন হ’ল, প্রধানমন্ত্রীয়ে নিজেই কৈছিল যে অনুদানৰ ধন ক্ষমতালৈ অহাৰ পিছৰ মাহৰ পৰাই উপলব্ধ হ’ব৷ দিল্লীৰ মহিলাসকলে এই এবছৰৰ ধন পাবনে? নে বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে টকা ৰাহি কৰিবলৈ কামত বিলম্ব কৰিছে?

আতিশিয়ে কয়, ‘আকৌ বিভিন্ন ৰাজ্যত নিৰ্বাচন আহি আছে। বিজেপি নেতৃত্ব আৰু প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিছে। দিল্লী ভাৰতৰ ৰাজধানী। তাতেই বিজেপিয়ে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। নিৰ্বাচনৰ পূৰ্বে সকলো মহিলাক আৰ্থিক সাহায্য দিয়া হ’ব বুলি কৈছিল যদিও ক্ষমতালৈ অহাৰ পিছত পিছহুহুকি গৈছে। গতিকে বিজেপিৰ প্ৰতিশ্ৰুতিত ভোটাৰ বিভ্ৰান্ত হোৱা উচিত নহয়। বিজেপিক বিশ্বাস কৰিলে প্ৰতাৰিত হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd