DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেলৰ টেংকীত ফুটা! ৩০০ যাত্ৰীৰ সৈতে চুইডেনত জৰুৰী অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 22, 2023 2:21 pm
130
VIEWS
Share on FacebookShare on Twitter

বিমানখনৰ তেলৰ টেংকীত এটা ফুটা হৈছিল। ফলত ৩০০ জন যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে চুইডিছ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে। বিমানখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেৱাৰ্ক বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। মাজ আকাশতে বিমানখনৰ তেলৰ টেংকীটোৰ ফুটাৰ পৰা ইন্ধন লিক হ’বলৈ আৰম্ভ কৰাৰ পিছতে সমস্যাৰ সৃষ্টি হয়।

সূত্ৰ অনুসৰি, বোয়িং ৭৭৭-৩০০ আৰ নম্বৰৰ বিমানখনৰ এটা ইঞ্জিনত তেলৰ টেংকত লিক হোৱাৰ বাবে সমস্যা হৈছিল। ইয়াৰ পিছত ষ্টকহোম বিমানবন্দৰত জৰুৰী অৱতৰণৰ বাবে অনুমতি বিচৰা হয়। বিমানখনত থকা সকলো ৩০০ জন যাত্ৰী সুৰক্ষিত বুলি জনা গৈছে।

বিমানখনে ষ্টকহোমত জৰুৰী অৱতৰণ কৰাৰ আগতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত আছিল। অৱতৰণৰ সময়ত যিকোনো দুৰ্যোগ প্ৰতিহত কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা দলো মোতায়েন কৰা হৈছিল। অৱশ্যে, কোনো সমস্যা নোহোৱাকৈ ৩০০ যাত্ৰীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ বিমানখনে ষ্টকহোমৰ বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে।

জানিব পৰা গৈছে যে টেংকাৰত লিকেজ হোৱাৰ বাবে তেল ওলাই আহিছিল। বিমানখনৰ সেই ইঞ্জিনটো তৎক্ষণাৎ বন্ধ কৰি দিয়া হয়। অৱতৰণৰ পিছত পৰীক্ষা কৰাত দেখা গৈছিল যে বিমানখনৰ দুই নম্বৰ ইঞ্জিনৰ তেলৰ টেংকীৰ পৰা তেল ওলাই আহিছিল। বিমানবন্দৰত সেইটো ঠিক কৰা হৈছে।

উল্লেখ্য যে যোৱা সোমবাৰেও নিউয়ৰ্কৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান লণ্ডনত জৰুৰী অৱতৰণ কৰে। তাৰ পিছত এইবাৰ ষ্টকহোমত পুনৰ জৰুৰী অৱতৰণ কৰা হৈছে।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল :  ৰাকেশ পালে পালে জামিন

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd