• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2026 5:19 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

 

Apply Now

দেওবাৰে দুপৰীয়া দক্ষিণ-পশ্চিম দিল্লীৰ সত্য নিকেতন এলেকাত এক ভয়ংকৰ অঘটন সংঘটিত হয়। এটা ৬ মহলীয়া আৱাসিক ভৱন খহি পৰাৰ ফলত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিছে বহু লোক। দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ এই ভৱনটো মূলতঃ এটা পেয়িং গেষ্ট হোৱাৰ বাবে আৱদ্ধ লোকসকলৰ বেছিভাগেই শিক্ষাৰ্থী বুলি সন্দেহ কৰা হৈছে।

 

দিনৰ প্ৰায় ১:৩০ বজাত সংঘটিত এই অঘটনৰ পাছতে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। চৰকাৰী প্ৰতিনিধিৰ মতে, বৰ্তমানলৈকে ধ্বংসস্তূপৰ মাজৰ পৰা ৬ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে তিনিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে, দিল্লী আৰক্ষীয়ে প্ৰাথমিকভাৱে দুজন লোকক উদ্ধাৰ কৰা বুলি নিশ্চিত কৰিছে। ঘটনাস্থলীত ১২ খনকৈ অগ্নিনিৰ্বাপক গাড়ী, আৰক্ষী, এম্বুলেঞ্চ আৰু দুৰ্যোগ ব্যৱস্থাপনা দল মোতায়েন কৰা হৈছে।

 

প্ৰত্যক্ষদৰ্শীৰ মতে, দেওবাৰৰ বন্ধৰ দিন হোৱাৰ বাবে বেছিভাগ ছাত্ৰই হোষ্টেলত আছিল আৰু প্ৰায় ৫০ গৰাকী শিক্ষাৰ্থী আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এগৰাকী ছাত্ৰই সংবাদ সংস্থাক জনোৱা মতে, ভগ্নাৱশেষৰ তলৰ পৰা আৱদ্ধ ছাত্ৰসকলে সহায়ৰ বাবে চিঞৰি থকা শুনা গৈছে। স্থানীয় বিজেপি বিধায়ক অনিল শৰ্মাই জানিবলৈ দিয়া মতে, আৱদ্ধ হৈ থকা একাংশ ছাত্ৰই ভিতৰৰ পৰা ফোন যোগেও যোগাযোগ কৰিছে।

 

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি কাষৰীয়া ভৱনসমূহ সাৱধানতামূলক ব্যৱস্থা হিচাপে খালী কৰোৱা হৈছে বুলি জনায়। উপ-ৰাজ্যপাল তৰণজিৎ সিং সান্ধুৱেও সকলো সংস্থাক একত্ৰিত হৈ উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে।

 

আনহাতে, আম আদমী পাৰ্টীৰ নেতা সৌৰভ ভৰদ্বাজে এই ঘটনাৰ বাবে দুৰ্নীতিক জগৰীয়া কৰিছে। তেওঁ অভিযোগ কৰে যে দিল্লী পৌৰ নিগমত অভিযন্তা বদলিৰ নামত ১.২৫ কোটি টকাৰ বৃহৎ উৎকোচৰ লেনদেন হয়, যাৰ ফলত নিৰ্মাণ কাৰ্যত এনে দুৰ্নীতি সংঘটিত হয়। তেওঁ লগতে কয় যে ভৱনটোত ৩০-৪০ জন ছাত্ৰ আৱদ্ধ হৈ থকাৰ আশংকা আছে আৰু দুৰ্নীতি বন্ধ নোহোৱালৈকে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিয়েই থাকিব।

 

ইতিমধ্যে ভৱনটোৰ গুৰুগ্ৰাম নিবাসী স্বত্বাধিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰকাৰী দলে ক্ষিপ্ৰতাৰে আৱদ্ধ লোকসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা অব্যাহত ৰাখিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd