• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ বেটিং পৰাক্ৰমৰ সন্মুখত নতি স্বীকাৰ কলকাতাৰ; সফল নহ’ল মৰ্গান-ত্ৰিপাঠীৰ প্ৰচেষ্টা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 9:53 am
dc-vs-kkr-1601715814
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বাৰজাহত খেলোৱা আইপিএলৰ এখন উত্তেজনাপূৰ্ণ খেলত শনিবাৰে দিল্লী কেপিটেলছে কলকাতা নাই ৰাইডাৰ্ছক ১৮ৰাণ পৰাস্ত কৰে।

প্ৰথমে বেটিং কৰি দিল্লী কেপিটেলছে নিৰ্দ্ধাৰিত ২০ অভাৰত ৪টা উইকেটৰ বিনময়ত ২২৮ৰাণ কৰে।

Apply Now

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্দ্ধাৰিত ২০ অভাৰত ৮উইকেটৰ বিনিময়ত ২১০ৰাণত ইনিংছ সামৰে।

দিল্লীৰ হৈ পৃথ্বী শ্বই ৪টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৪১টা বলত ৬৬ৰাণ কৰে। শিখৰ ধাৱানে ২টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ১৬টা বলত ২৬ৰাণ কৰি পেভলিয়ানলৈ ওভতে।

ঋষভ পন্টে ৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৭টা বলত ৩৮ৰাণ কৰাৰ বিপৰীতে ষ্টাইনিছে ৩টা বল খেলি ১ৰাণ কৰিয়েই নিজৰ উইকেট বিসৰ্জন দিয়ে।

আনহাতে, শ্ৰেয়াস আয়াৰে ৭টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৮টা বলত ৮৮ৰাণৰ এক আক্ৰমণাত্মক ইনিংছ খেলি অপৰাজিত হৈ থাকে। আয়াৰে ২৬টা বলত নিজৰ হাফ চেঞ্চুৰী সম্পূৰ্ণ কৰে। হেটমেয়াৰে ৫টা বলত ৭ৰাণ কৰি অপৰাজিত হৈ ৰয়।

কলকাতাৰ হৈ আন্দ্ৰে ৰাছেলে ২টা আৰু নাগৰকোটি তথা বৰুণে এটাকৈ উইকেট দখল কৰে।

বেটিঙত কলকাতাৰ হৈ শুভমন গীলে ২২টা বলত ২৮ৰাণ কৰি আউট হয়। নাইৰানে কৰে মাত্ৰ ৩ৰাণ। নীতিশ ৰাণাই ৪টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৩৫বলত ৫৮ৰাণ কৰি উইকেট হেৰুৱায়।

সেইদৰে ৰাছেলে ১৩, দীনেশ কাৰ্তিকে ৬ আৰু পেট কামিন্সে ৫ৰাণ কৰি পেভলিয়ানলৈ ওভতে।

কলকাতাই ১৩.৩অভাৰত ৬উইকেটৰ বিনিময়ত ১২২ৰাণ কৰা অৱস্থাৰ পাছত ক্ৰিজত ইয়ান মৰ্গান আৰু ৰাহুল ত্ৰিপাঠী যুটীয়ে আক্ৰমণাত্মক বেটিঙেৰে কলকাতাৰ বাবে জয়ৰ সম্ভাৱনা জগাই তোলে।

মৰ্গানে ১৮টা বলত এটা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৪৪ৰাণ কৰি আউট হয়। আনহাতে, ৮নম্বৰত বেটিং কৰিবলৈ অহা ৰাহুল ত্ৰিপাঠীয়ে ৩টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১৬টা বলত ৩৬ৰাণ কৰি ক্লীন ব’ল্ড হয়।

অন্তিম অভাৰত শিবম মাভি আৰু নাগৰকোটিৰ বাবে কোনো বিস্ময় সৃষ্টি কৰাটো সম্ভৱ নহ’ল।

দিল্লীৰ হৈ এনৰিছে ৩টা উইকেট আৰু হাৰ্ষাল পেটেলে ২টা উইকেট লোৱাৰ বিপৰীতে অমিত মিশ্ৰ, ৰাবাডা আৰু ষ্টাইনিছে এটাকৈ উইকেট দখল কৰে। ষ্ৰেয়াস আয়াৰক মেন অফ দ্য মেচ প্ৰদান কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd