• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ষড়যন্ত্ৰৰ বলি হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

কেজৰিৱালৰ জামিনত স্থগিতাদেশৰ পিছত গুৱাহাটীত আপৰ সংবাদমেল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 21, 2024 7:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দিল্লীৰ ৰাউছ এভেনিউ আদালতে বৃহস্পতিবাৰে  মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। নিম্ন আদালতৰ নিৰ্দেশৰ কপী আদালতৰ ৱেবছাইটত আপলোড কৰাৰ পূৰ্বেই ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে। বিজেপিৰ নিৰ্দেশত কাম কৰা ইডিৰ এই কাণ্ডই বিজেপি আৰু ইডিৰ যুগলবন্দী প্ৰমাণ কৰিছে। ” আজি গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ইডিৰ ভূমিকাৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।

তেওঁ কয়,” দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় এটা ভুৱা গোচৰত কোনো তথ্য প্ৰমাণ অবিহনে মুখ্যমন্ত্ৰী কেজৰিৱালক ইডিয়ে গ্ৰপ্তাৰ কৰিছিল। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৰ্ৱতী কালীন জামিন প্ৰদান কৰি কৈছিল যে কেজৰিৱালৰ বিৰুদ্ধে কোনো অপৰাধৰ পূৰ্ব কাহিনী নাই। আনহাতে, এই একে গোচৰত একে ধৰণেই তথ্য প্ৰমাণ নোহোৱাকৈ আপৰ মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতা ক্ৰমে মনীষ ছিচদিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈনকো তদন্তকাৰী সংস্থা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। যোৱাকালি নিম্ন আদালতৰ জামিনৰ নিৰ্দেশতো কোৱা হৈছে যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো অপৰাধৰ প্ৰমাণ নাই। এই ৰায়ে প্ৰমাণ কৰিছে যে বিজেপিয়ে দেশত একনায়কত্ববাদী শাসন চলাব বিচাৰিছে। ইডি, চিবিআইৰ জৰিয়তে বিৰোধী দল সমূহক নিঃশেষ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী কেজৰিৱালক দুৰ্নীতিৰ অপবাদ দিয়া আৰু আম আদমী পাৰ্টিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। “

Apply Now

সংবাদমেলত উপস্থিত থকা আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে অভিযোগ কৰে,” এটা ভুৱা গোচৰত ইডিয়ে আপৰ মুৰব্বী কেজৰিৱালৰ উপৰিও অইন কেইবাজনো নেতাক কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে। নিম্ন আদালতৰ জামিনৰ কপী ৱেবছাইটত আপলোড কৰাৰ পূৰ্বেই ইডিয়ে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপি দেশৰ ১৪০ কোটি মানুহক আচৰিত কৰিছে। দেশৰ ন্যায়পালিকাৰ ইতিহাসত ই এক নাভুত নাশ্ৰুত ঘটনা। “

সংবাদমেলত আপ অসমৰ আইন কোষৰ নেতা আলাউদ্দিন আহমেদে ইডিৰ দায়িত্বজ্ঞানহীনতাৰ কটু সমালোচনা কৰে। তেওঁ বিজেপি চৰকাৰে কৰা ষড়যন্ত্ৰ সন্দৰ্ভত কয় যে যদি জামিন লাভৰ জৰিয়তে কেজৰিৱাল কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই আহে, তেন্তে সমাগত দিল্লী বিধান সভাৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব। সেইবাবেই আপৰ মুৰব্বী কেজৰিৱালে যাতে জামিন লাভ কৰিব নোৱাৰে তাৰ বাবে চেষ্টা কৰিছে বিজেপিয়ে। তেওঁ কয়, উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে জামিন আবেদন গৃহীত কৰাৰ ক্ষেত্ৰত দেশৰ নিম্ন আদালত সমূহক কৰ্তৃত্ব প্ৰদান কৰিছে। সেয়েহে কেজৰিৱালৰ জামিন সন্দৰ্ভত নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কোনো যুক্তি নাই। আমি আশা কৰোঁ শীঘ্ৰেই অৰবিন্দ কেজৰিৱালে কাৰাগাৰৰ পৰা ওলাই আহিব। “

ইপিনে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰাৰ বাবে ইডিৰ লগতে কেন্দ্ৰীয় চৰকাৰকো কটাক্ষ কৰে আপৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দই। আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙে কয় যে, এয়া মোদী চৰকাৰৰ গুণ্ডামি। ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ মতে কেন্দ্ৰীয় চৰকাৰ তথা ইডিয়ে ন্যায়পালিকাৰ সিদ্ধান্তক অসন্মান কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd