• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে পাব ৫০ হাজাৰকৈ টকা,সন্তানে লাভ কৰিব মাহিলী ২,৫০০ টকাকৈ আৰু চাকৰিও, ক’ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2021 4:13 pm
tt
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়াকোভিডে প্ৰতিদিনে শ শ লোকৰ প্ৰাণ কাঢ়ি নিছে। এনে সময়তেকোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক ৪ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী উঠিছে যদিও কেন্দ্ৰীয় চৰকাৰে সেই দাবী মানি ল’ব পৰা নাযাব বুলি কৈ দিছে।

এনে সময়তে দিল্লীৰ চৰকাৰে আজি এইবুলি ঘোষণা কৰিছে যে ৰাজ্য খনত কোভিডত মৃত্যু ঘটা প্ৰতিজন লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব।

Apply Now

কেৱল সেয়াই নহয়, কোভিডত মৃত্যু ঘটা লোকৰ যদি ২৫ বছৰৰ কম বয়সৰ কোনো সন্তান থাকে তেন্তে তেনে সন্তানেও মাহিলী ২,৫০০ টকাকৈ লাভ কৰিব। সন্তানৰ বয়স ২৫ বছৰ হোৱাৰ পিছত সেই মাহিলী সাহায্য বন্ধ কৰা হ’ব।

কোভিডত মৃত্যু হোৱা লোকৰ আয়ৰ কথাটো এই ক্ষেত্ৰত বিচাৰ্যৰ বিষয় নহ’ব। ধনী-দুখীয়া যিকোনো লোকেই এই সাহায্য পাব।

কোভিডত মৃত্যু হোৱা লোকৰ সন্তানক চৰকাৰী চাকৰিত মকৰল কৰা হ’ব বুলিও দিল্লীৰ চৰকাৰে কথা দিছে।

কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে চৰকাৰৰ পৰা সাহায্য লাভ কৰিবলৈ মৃতক তথা মৃতকৰ ওপৰত নিৰ্ভৰশীল হৈ থকাসকলৰ বাসস্থানৰ প্ৰমাণপত্ৰ,মৃত্যুৰ প্ৰমাণপত্ৰ,কোভিডত মৃত্যু হোৱা বুলি দিয়া প্ৰমাণপত্ৰ,মৃতকৰ সৈতে থকাসম্পৰ্কৰ প্ৰমাণপত্ৰ,বেংক একাউণ্টৰ সবিশেষ তথ্য,সন্তানৰ বয়সৰ প্ৰমাণপ্ত্ৰ আদি দিব লাগিব।

উল্লেখ্য কালান্তক কোভিডৰ সংহাৰ এতিয়াও অব্যাহত আছে দেশত ।

কোভিডে ইতিমধ্যে দেশত তিনি লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।

এনে সময়তে কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ বাবে দাবী উত্থাপন হৈছে।

কোভিডত মৃত্যু ঘটা লোকক সাহায্য প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই নিজৰ স্থিতি স্পষ্ট কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ৰ মজিয়াত এই কথা স্পষ্ট ভাবে জনাই দিয়া হৈছে যে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক চৰকাৰে ৪ লাখ টকাৰ সাহায্য দিয়াটো কোনোপধ্যে সম্ভৱ নহয়।

যদি কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য দিয়া হয় তেন্তে আন ৰোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকো সাহায্য প্ৰদানৰ দাবী উঠিব।সেয়ে কোভিডৰ বিষয়টো বেলেগ ভাবে বিবেচনা কৰাটো সম্ভৱ নহ’ব বুলি কেন্দ্ৰই ন্যায়ালয়ত প্ৰকাশ কৰিছে।

কেৱল মাত্ৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকহে চৰকাৰে সাহায্য প্ৰদান কৰাৰ বিধান আছে বুলিও আদালতত চৰকাৰে প্ৰকাশ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে দিল্লীৰ কেজৰিৱাল চৰকাৰে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd